অভয়াপুৰী মহাবিদ্যালয় (ইংৰাজী: Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান মহাবিদ্যালয়খনত বিজ্ঞান আৰু কলা দুটা শাখা আছে আৰু এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
---|
| গৱেষণা কেন্দ্ৰ | |
---|
| বিশ্ববিদ্যালয় | |
---|
| অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|
| চিকিৎসা মহাবিদ্যালয় | |
---|
| ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
---|
| অন্যান্য মহাবিদ্যালয় | |
---|
|