বৰমা মহাবিদ্যালয়
বৰমা মহাবিদ্যালয়' অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।[1][2] শৈক্ষিক বিষয়উচ্চতৰ মাধ্যমিকবিজ্ঞান শাখা, কলা শাখা বিজ্ঞান শাখাত স্নাতক বিষয়কলা শাখাত স্নাতক বিষয়স্নাতকোত্তৰ বিষয়(দূৰ শিক্ষা)
স্বীকৃতি২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC) ৰ দ্বাৰা বি+ গ্ৰেড প্ৰদান কৰা হৈছে।[3] মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে॥[4] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia