দখল
দখল (ইংৰাজী: Dakhal) ১৯৮১ চনত মুক্তি পোৱা, গৌতম ঘোষে পৰিচালনা কৰা ভাৰতীয় বঙালী চলচ্চিত্ৰ; য'ত মমতা শংকৰ, ৰবিন সেন গুপ্ত, সুনীল মুখাৰ্জী আৰু সুজল ৰায়চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1][2] সুশীল জানাৰ চুটিগল্প আম্মাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[3][4] এইখন গৌতম ঘোষে পৰিচালনা কৰা প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ছবি। ইয়াৰ পূৰ্বে তেওঁ কেইখন তথ্যচিত্ৰ আৰু তেলুগু ভাষত মা ভূমি নামেৰে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিছিল। দখলে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ২৯তম চলচ্চিত্ৰ বঁটা তথা[5][6] পেৰিছত অনুষ্ঠিত একাদশ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ চলচ্চিত্ৰ মহোৎসৱত ই গ্ৰেণ্ড জুৰী বঁটা লাভ কৰে।[1] অভিনয়-শিল্পী
বঁটা১৯৮১ – শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ২৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তথ্যউৎস
বাহ্যিক সংযোগ
|