ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা"ৰজত কমল" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। অসমীয়া ভাষাৰ চলচ্চিত্ৰলৈ প্ৰদান কৰা বঁটাটোৰ বাবে, অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা চাওক।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ইংৰাজী: National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।[1]
২০১২ চনলৈকে বঁটাসমূহএই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মাণ কৰা মনোনীত চলচ্চিত্ৰ সমূহক[2] নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয় : স্বৰ্ণ কমল পদকইংৰাজী নাম (Golden Lotus Award)
লগতে চাওক
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|