মুনীন বৰকটকী বঁটা

প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷[1]

বিজয়ীসকল

মুনীন বৰকটকী বঁটা বিজয়ীসকল হৈছে:[2]

বৰ্ষ বিজয়ী সাহিত্য কৰ্ম প্ৰকাৰ
১৯৯৫ ৰবীন শৰ্মা পাঁচাৰ পাচালী গল্প
শিৱানন্দ কাকতি আমৃত্যু অমৃত গল্প
১৯৯৬ লুৎফা হানুম চেলিমা বেগম সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে কবিতা
ভৃংগেশ্বৰ শৰ্মা কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু গল্প
১৯৯৭ অনুভৱ তুলসী দোৰোণ ফুল কবিতা
১৯৯৮ কুল শইকীয়া আখৰাত মই আৰু অন্যান্য গল্প
১৯৯৯ বিতোপন বৰবৰা মোৰো এটা সপোন আছিল গল্প
ৰাজীৱ বৰুৱা পানীৰ ঘৰ কবিতা
২০০০ মৌচুমী কন্দলী লামবাদা নাচৰ শেষত গল্প
পঙ্কজজ্যোতি ভূঞা ইষ্টাণ্টিক নাটক
২০০১ নৱনীতা গগৈ ছাঁ-পোহৰত অকলে গল্প
মুনীন বায়ন কিতাপ আৰু সংলাপ সমালোচনা
২০০২ হেমাংগ কুমাৰ দত্ত অথবা কবিতা
গংগামোহন মিলি নদী মানুহৰ ঠিকনা কবিতা
২০০৩ কুশল দত্ত ইলেক্ট্ৰনিক চৰাই কবিতা
মনোজ বৰপূজাৰী আমলখি গছৰ সুহুৰি কবিতা
২০০৪ মণিকুন্তলা ভট্টাচাৰ্য প্ৰস্তৰ কন্যা গল্প
মনালিছা শইকীয়া পুনৰ জনম লৈ তেজীমলাই গল্প
২০০৫ মণিকা দেৱী প্ৰিয় আলাপ গল্প
ধ্ৰুৱজ্যোতি শৰ্মা দ্বীপ গল্প
২০০৬ অজিৎ গগৈ ৰঙা জেঠি কবিতা
আব্দুছ ছামাদ বৈ যায় চম্পাৱতী উপন্যাস
২০০৭ অনামিকা বৰা জলাশয় গল্প
বিজয় শংকৰ বৰ্মন দেও কবিতা
২০০৮ গীতালি বৰা সম্ভৱতঃ গল্প
কমল কুমাৰ তাঁতী মাৰাংবুৰু আমাৰ পিতা কবিতা
২০০৯ দিগন্ত ওজা সন্ধিক্ষণত মানুহ আলোচনা
ৰত্না ভৰালী তালুকদাৰ ঘৰ ঘৰ খেলিবা আহা গল্প
২০১০ ৰূপলেখা দেৱী অন্যত্ৰ বিৰলা দেৱী উপন্যাস
অৰূপ কুমাৰ নাথ সাউদ আৰু অন্যান্য গল্প গল্প
২০১১ অৰিন্দম বৰকটকী অনুশীলন সমালোচনা
ৰশ্মিৰেখা বৰা শিঙৰাজানৰ ৰূপকথা গল্প
২০১২ সঞ্জীৱ পল ডেকা এই পিনে কি আছে ? গল্প
শৰ্মিষ্ঠা প্ৰীতম আত্মকথা আত্মজীৱনী
২০১৩ মৃদুল হালৈ অকলে আছোঁ কুশলে আছোঁ কবিতা
অপু ভৰদ্বাজ মস্তিষ্কৰ চিনেমা গল্প
২০১৪ তুলিকা শইকীয়া চাৰিশাল গোসাঁনীৰ তেজ উপন্যাস
দিব্যজ্যোতি বৰা টোপনিত কবিতা
২০১৫ জ্যোতি খাটনিয়াৰ ইমান সৰল নে চেগুন দুডাল সমালোচনা
প্ৰতীম বৰুৱা আৰু নীৰৱতা কবিতা
২০১৬ ভাস্কৰ ঠাকুৰীয়া সিংহদ্বাৰ উপন্যাস
২০১৭ ডালিম দাস হৰি যদু মধু গল্প
২০১৮ দেৱভূষণ বৰা নিৰ্বচন সমালোচনা
২০১৯[3] অংকুৰ ৰঞ্জন ফুকন কবিতা
মনোৰঞ্জন বড়ি ম’হ-যখ গল্প
২০২০ অভিজিৎ বৰা[4] ডেউকা কোবাই যায় চুটিগল্প সংকলন
২০২১ প্ৰদ্যুম্ন কুমাৰ গগৈ চকী আৰু অন্যান্য গল্প চুটিগল্প সংকলন
২০২২ উপাসনা শইকীয়া হালধীয়া জোতা চুটিগল্পৰ পাণ্ডুলিপি
২০২৩ নয়নজ্যোতি শৰ্মা[5] জাল কটা জুই চুটিগল্প সংকলন
২০২৪ পাপৰি বৰ্মন পৰুৱা পোহনীয়া চুটিগল্প সংকলন

তথ্য সংগ্ৰহ

  1. "মুনীন বৰকটকী সাহিত্য বঁটা". http://www.muninbarkotoki.org/assamese/award.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮. 
  2. "মুনীন বৰকটকী সাহিত্য বঁটা’ বিজয়ীসকল". http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮. 
  3. "অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’". অসমীয়া প্ৰতিদিন. ১১ নৱেম্বৰ ২০১৯. Archived from the original on 2019-11-11. https://web.archive.org/web/20191111090753/https://www.asomiyapratidin.in/munin-barkotoki-memorial-trust-sahitya-award-2019-has-announced/। আহৰণ কৰা হৈছে: ১১ নৱেম্বৰ ২০১৯. 
  4. "‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰালৈ মুনীন বৰকটকী বঁটা". নিয়মীয়া বাৰ্তা. ১ নৱেম্বৰ ২০২০. https://niyomiyabarta.com/assam/munin-borkataki-award-to-abhijit-bora/। আহৰণ কৰা হৈছে: ৯ ডিচেম্বৰ ২০২০. 
  5. "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা". দৈনিক অসম.