তুলিকা শইকীয়া
তুলিকা শইকীয়া (ইংৰাজী: Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে। [1] জন্ম আৰু বংশ পৰিচয়তেখেতৰ জন্ম গোলাঘাট জিলাৰ দেৰগাঁৱত ১৯৭৭ চনত। তেখেতৰ মৃত্যু হয় ২০১৯ চনৰ, ২৯ এপ্ৰিল তাৰিখে। তেখেতৰ পিতৃৰ নাম অতুল শইকীয়া আৰু মাতৃৰ নাম মাখনী শইকীয়া। শিক্ষা
কৰ্মজীৱনকাকডোঙা তিনিআলি হাইস্কুলত শিক্ষকতা কৰিছিল। সাহিত্যৰাজিউপন্যাস
বঁটা আৰু সন্মান
তথ্যসূত্ৰ |