লাওখোৱা অভয়াৰণ্য
ইতিহাসএই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়। ভৌগিলিক বিৱৰণলাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ। [2] নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ। [3] জলবায়ুজৈৱবৈচিত্ৰ্যউদ্ভিদ: প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ ইত্যাদি[4] চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি। সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, অজগৰ, কাছ, গুইঁ ইত্যাদি। মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia