পাভৈ অভয়াৰণ্য


পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ, হলৌ‌ বান্দৰ‌ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।[1]

তথ্যসূত্ৰ

  1. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. বনলতা. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia