ৱিকিপিডিয়া এছিয়ান মাহ ২০১৬ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ জুৰি অনুষ্ঠিতব্য এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। ভাৰতৰ বাদ দি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাই হ'ল অসমীয়া ৱিকিপিডিয়াৰ এই এডিট-এ-থনৰ মূল উদ্দেশ্য।
ৱিকিপিডিয়া এছীয় সম্প্ৰদায়ৰ মাজৰ বন্ধুত্বৰ এজন অংশীদাৰ হিচাপে প্ৰত্যক অংশগ্ৰহণকাৰী, যিয়ে অন্ততঃ চাৰিটা (৪) নিৱন্ধ সৃষ্টি কৰিব, তেওঁক অন্য অংশগ্ৰহণকাৰী দেশৰ বাবে এটি ৱিকিপিডিয়া পোষ্টকাৰ্ড উপহাৰ হিচাপে লাভ কৰিব।
প্ৰত্যেক ৱিকিপিডিয়া পৰা সকলোতকৈ অধিক প্ৰবন্ধ লিখা ৱিকিপিডিয়ান জনক "ৱিকিপিডিয়া এছীয় দূত" উপাধিৰে সম্মানিত কৰা হ'ব।