মাউণ্ট ফুজি
মাউণ্ট ফুজি বা Mount Fuji (富士山 Fujisan , ɸɯᵝꜜdʑisaɴ), Mount Fuji (富士山, Fuji-san) জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা৩,৭৭৬ মিটাৰ (12,388 ফুট)।[5] লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়। ১৭০৭ৰ পৰা ১৭০৮ চনলৈ ই শেষৰ বাৰৰ বাবে উদ্গীৰিত হৈছিল। জাগ্ৰত আগ্নেয়গিৰীচৰকাৰীভাৱে মাউণ্ট ফুজি এটা জাগ্ৰত আগ্নেয়গিৰী।[6] কিন্তু কিছুমানে ইয়াক সুপ্ত আগ্নেয়গিৰী বুলিও কয়।[7] শেষৰ বাৰৰ উদ্গীৰণ ১৬ ডিচেম্বৰ ১৭০৭ ডাঙৰ পৰা ১ জানুৱাৰী ১৭০৮ চনলৈ গৈছিল।[8] Cinders and ash from Fuji fell like rain in Izu Province, Kai Province, Sagami Province, and Musashi Province.[9] শ্বিণ্টো ধৰ্মবৌদ্ধ ধৰ্মৰ অগ্নি দেৱী কামুয় ফুচিৰ নামেৰে এই পৰ্বতৰ নাম মাউণ্ট ফুজি হয়।[10] শ্বিণ্টো ধৰ্মৰ মতে ই অতি পৱিত্ৰ পৰ্বত। ইয়াৰ তল ভাগত দেৱী ক'ন'হানান'চাকুয়াৰ( Konohananosakuya-hime コノハナノサクヤヒメ).[10] মন্দিৰ আছে। হাইকিংমাউণ্ট ফুজি হাইকিংৰ বাবে বিখ্যাত। চৰকাৰী ভাবে হাইকিংৰ ঋতু হল গ্ৰীষ্ম ঋতু: ২৫ জুলাইৰ পৰা ২৫ আগষ্ট লৈ। [10] শ্বিজোকাৰ ফালে তিনিটা পূৰ্বতাৰোহণৰ পথ আছে। মাউণ্ট ফুজিৰ শৃংগত এটা ডাকঘৰো আছে। এই ডাকঘৰ কেৱল গ্ৰীষ্ম কালত কাৰ্যক্ষম হয়। ১৯০৯ চনত এই ডাকঘৰ সজা হৈছিল আৰু ই জাপানৰ সৰ্বোচ্চ উচ্চতাত থকা ডাকঘৰো।[11] শিল্পত মাউণ্ট ফুজি২০০৯ চনত মাউণ্ট ফুজি জাপানৰ শীৰ্ষ ১০০ টা প্ৰাকৃতিক অঞ্চলৰ ভিতৰত স্বীকৃত হয়। ই জাপানৰ হেইচেই কালৰ ঐতিহ্য বহন কৰে। বহুতো বিখ্যাত চিত্ৰ আৰু শিল্পৰ বিষয় বস্তু মাউণ্ট ফুজি।[12]
তথ্য সংগ্ৰহ
বহিঃসংযোগৱিকিমিডিয়া কমন্সত Mount Fuji সম্পৰ্কীয় মিডিয়া ফাইল।
|