মানৱ আৰু দানৱ
মানৱ আৰু দানৱ (ইংৰাজী: Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যসম্ৰাট প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।[1][2] অভিনয় শিল্পী
সঙ্গীতছবিৰ সঙ্গীত জীতু-তপন। গীত লিখিছে নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে। মুঠ গীত সাতটা। ইয়াৰে এটা হিন্দী ভাষাৰ গীত।[3]
তথ্য উৎস
|