মাটিৰ স্বৰ্গ

মাটিৰ স্বৰ্গ
Matir Swarga
পৰিচালক অনিল চৌধুৰী
কাহিনী গিৰিশ চৌধুৰী
প্ৰযোজক গিৰিশ চৌধুৰী
চিত্ৰগ্ৰহণকাৰী সুবোধ বন্দোপাধ্যায়
সম্পাদনা অজিত দাস
সংগীত পৰিচালক জিতেন দেৱ, বীৰেন্দ্ৰ দেৱ
পৰিবেশক ইষ্টাৰ্ণ ইণ্ডিয়া ডিষ্ট্ৰিবিউটৰ্‌চ
মুক্তি
১ মাৰ্চ, ১৯৬৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মাটিৰ স্বৰ্গ (ইংৰাজী: Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।[1] ছবিখনত এখন অভাৱ-অনাতনে জুৰুলা কৰা গৃহস্থী আৰু আন এখন বিলাস-বৈভৱেৰে উপচি থকা গৃহস্থীৰ চিত্ৰায়ন কৰা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থীয়ে যেতিয়া দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কিদৰে ইয়াৰ প্ৰতিকাৰ উলিয়ায়, ইয়াত তাকেই দেখুওৱা হৈছে।[2]

শিল্পী আৰু কলা-কুশলী

(তথ্যছকত নথকা)
  • শব্দগ্ৰহণ- জে ডি ইৰাণী, শিশিৰ চেতাৰ্জী
  • কলা নিৰ্দেশন- নৰেশ ঘোষ
  • অভিনয়- প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলী, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ইভা আচাও, বৰুণা চৌধুৰী, অৰ্চনা দাস, পদ্মা চৌধুৰী আদি।[1]

গীত

মাটিৰ স্বৰ্গৰ সংগীত জীতেন দেৱ আৰু বীৰেন্দ্ৰ দেৱৰ। মুঠ গীত ছটা।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "পূজা কী বাজাৰ বহুত মজাৰ, পুতুল খেলা গৰা কইনা"  নৱকান্ত বৰুৱাঅসিত কুমাৰ  
2. "দিগন্তৰ পাৰেপাৰে বগাকৈ বগলী উৰে, কিনো মায়া জাগে পৰাণত"  পুৰুষোত্তম দাসগুণদা দাস  
3. "কান্দে ৰাধাৰাণী যমুনা পুলিনে, লোতক মুকুতামালা সৰে দুনয়নে"  মুক্তিনাথ বৰদলৈবীৰেন্দ্ৰ কুমাৰ  
4. "চুমুকে চুমুকে চুম ছন-নন বাজে, ৰুণুজুনু ৰুণুজুনি নুপুৰৰ ধ্বনি"  জীতেন দেৱগুণদা দাস  
5. "জয়ত্বং দেৱী চামুণ্ডে জয় ভূতপহাৰিণী, জয় সৰ্বগতে দেৱী কালৰাত্ৰি নমোহস্তুতে"  জীতেন দেৱবীৰেন্দ্ৰ কুমাৰ  
6. "জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল"  নৱকান্ত বৰুৱাশৰদিন্দু দাশগুপ্ত  

তথ্য উংস

  1. 1.0 1.1 Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati. পৃষ্ঠা. 120. 
  2. "এফালে অভাৱ; আনফালে বিলাসঃ দুয়ো দিশকে কেন্দ্ৰ কৰি নিৰ্মিত ছবি “মাটিৰ স্বৰ্গ”". https://rupaliparda.com/archives/9989। আহৰণ কৰা হৈছে: 25 April 2020. 
  3. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugarh. পৃষ্ঠা. 87. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia