উ
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।[2] ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লেকোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'উ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'উ'ৰ গৌণ প্ৰতীক। 'উ'ৰ এই ৰূপ হ'ল 'ু'।[3] যেনে ক্+উ=কু আদি। ইউনিক’ড
'উ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
উ-কাৰ যুক্ত শব্দৰ উদাহৰণতথ্য সংগ্ৰহ
|