ণ
ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ণ যোগ)ণ্ + ট = ণ্ট = কণ্টক 'ণ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ'ণ'যুক্ত শব্দৰ উদাহৰণ
তথ্যসংগ্ৰহ
|