ঢ
ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। স্বৰবৰ্ণৰ লগত যোগ হ'লে
'ঢ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
তথ্যসংগ্ৰহ
|