ঔ
ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।[2] ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।[3] ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লেকোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'।[4] যেনে ক্+ঔ=ৌ আদি। ইউনিক’ড
'ঔ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণঔ-কাৰ যুক্ত শব্দৰ উদাহৰণতথ্য সংগ্ৰহ
|