আ
আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।[2] ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লেকোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'আ'ৰ গৌণ প্ৰতীক। 'আ'ৰ এই ৰূপ হ'ল 'া'।[3] যেনে ক্+আ=কা আদি। ইউনিক’ড
'আ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
আ-কাৰ যুক্ত শব্দৰ উদাহৰণতথ্য সংগ্ৰহ
|