অগ্নিগড় (চলচ্চিত্ৰ)

অগ্নিগড়

পৰিচালক চন্দ্ৰ মুদৈ
চিত্ৰনাট্য চন্দ্ৰ মুদৈ
কাহিনী চন্দ্ৰ মুদৈ
প্ৰযোজক প্ৰদীপ গগৈ
অভিনয়ত অৰুণ নাথ
বিষ্ণু খাৰঘৰীয়া
চিত্ৰগ্ৰহণকাৰী অজান বৰুৱা
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক ভূপেন উজীৰ
মুক্তি
১৯৯৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অগ্নিগড় (ইংৰাজী: Agnigarh) ১৯৯৪ চনত মুক্তি পোৱা এখন সাম্প্ৰতিক বিষয়বস্তুৰ আধাৰত নিৰ্মিত অসমীয়া ছবি। অগ্নিগড়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ। প্ৰযোজনা প্ৰদীপ গগৈৰ। মূল চৰিত্ৰটোত অভিনয় কৰিছে অৰুণ নাথে। সংগীত ভূপেন উজীৰৰ। গীতত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।[1]

অভিনয় শিল্পী

তথ্য উৎস

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia