সদস্য বাৰ্তা:Babulbaishya
প্ৰভাকৰ শৰ্মা নেওগ 04:34, 9 নভেম্বৰ 2011 (UTC) আবৰ্তনআপুনি বিচৰাৰ দৰে আবৰ্তন প্ৰবন্ধটিত মই তিনিটা শিতান তৈয়াৰ কৰি দিলোঁ। ইতিহাস (১৯৯৫ চলচ্চিত্ৰ)আপুনি সৃষ্টি কৰা পৃষ্ঠা ইতিহাসক ইতিহাস (১৯৯৫ চলচ্চিত্ৰ)-লৈ সলনি কৰা হ'ল। অনুগ্ৰহ কৰি যথাসম্ভব দ্ব্যৰ্থতা (ambiguity) দূৰকৰিবলৈ চেষ্টা কৰিব। জিলা/নগৰৰ তথ্যএইবোৰৰ চৰকাৰী তথ্য DRDA, goidirectory, election commission, nic -ৰ ৱেবচাইটত পাব।
মামণি ৰয়চম গোস্বামীকিবা তথ্য আছেযদি আলোচনা পৃষ্ঠাত দি দিয়ক
প্ৰভাকৰ শৰ্মা নেওগ 07:06, 29 নভেম্বৰ 2011 (UTC) সম্পাদন দ্বন্দ্বসম্পাদন দ্বন্দ্ব হ'লে আপুনি ব্ৰাউজাৰত BACK কৰি আপুনি লিখা তথ্যখিনি পাব পাৰে। ব্ৰাউজাৰ কেচত সেইখিনি সঞ্চয় হৈ থাকে। ‘মদন কামদেৱ দেৱালয়’ত সম্পাদন দ্বন্দ্ব হোৱা বাবে মোক ক্ষমা কৰি দিব। --অম্লান জ্যো ব 07:55, 24 ডিচেম্বৰ 2011 (UTC) Discussion at বাৰ্তা:ৱিকিস্পিচিজআপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শইকীয়া 13:15, 13 জানুৱাৰী 2012 (UTC) চিত্ৰ সংযোগবিভিন্ন লেখকৰ চিত্ৰ নতুনকৈ আপল'ড নকৰিলেও হয়। নিৰ্দিষ্ট প্ৰবন্ধত থকা ছবিৰ লিংকটো কপী কৰি আপুনি মন কৰা ঠাইত বহাই দিলেই হয়। যেনে- 'ভবেন্দ্ৰ নাথ শইকীয়া' প্ৰবন্ধটোত এখন ছবি আছেই। সম্পাদনা পৃষ্ঠাত গৈ তাৰ লিংকটো 'অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল' পৃষ্ঠাত দি দিলেই হৈ যায়। Gitartha.bordoloi 06:53, 18 জানুৱাৰী 2012 (UTC)
Bishnu Saikia (বিষ্ণু শইকীয়া) 13:02, 20 জানুৱাৰী 2012 (UTC) কাৰ্যসূচীৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চাওক। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC) আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শইকীয়া) 19:57, 22 জানুৱাৰী 2012 (UTC) দাৰ্জিলিং হিমালয়ান ৰেলৱেদাৰ্জিলিং হিমালয়ান ৰেলৱেৰ কথাখিনি আৰু কিছু কথা যোগ কৰি দাৰ্জিলিং হিমালয়ান ৰেলৱে প্ৰবন্ধটো খুলিব পৰা যাৱ| কামখিনি আপুনিয়েই কৰিলে ভাল হয়, যিহেতু আপুনিয়েই প্ৰবন্ধটো সৃষ্টি কৰিছিল| আৰু তলত থকা ভাৰতীয় ৰেলৰ সাঁচটো অনুবাদ কৰিব লাগিব লগতে| চাবচোন| Bishnu Saikia (বিষ্ণু শইকীয়া) 13:04, 27 জানুৱাৰী 2012 (UTC) পূৱ নে পূবদাদা, মই অতবোৰ চাইট থকা হেতুকে মেইল বক্সটো মেলি চোৱা নহয়েই| আপোনাৰ মেছেজটো আজিহে পালো| বেয়া নাপাব| আগলৈ পাৰিলে ৱিকিপিডিয়াত নহলে ফেচবুকতে দিব| আৰু পূৱৰ ক্ষেত্ৰত মই সৰুৰে পৰাই এনে ধৰণে পঢ়ি অহা যেন মনত পৰে, আনহাতে বাংলাত পূব বুলি বেছিকৈ লিখে অসমীয়াত পূৱ লিখে| আপুনি গুগোলত এবাৰ চাবচোন| দাৰ্জিলিং হিমালয়ান ৰেলটো মই চাম ৰ’ব| সুৰক্ষাঅনুগ্ৰহ কৰি বাৰ্তা:তৰুণ গগৈ#পৃষ্ঠাৰ সুৰক্ষা চাওক। Gitartha.bordoloi 09:21, 5 ফেব্ৰুৱাৰী 2012 (UTC) সম্বৰ্দ্ধনা
ৰংঘৰদাদা, ৰংঘৰ প্ৰবন্ধটো বহুদিন অনুবাদ নোহোৱাকৈয়ে অসমীয়া ৱিকিত সোমাই আছে| আপুনি অনুবাদ কৰিব পাৰিব নেকি বাৰু? বিষ্ণু শইকীয়া বাৰ্তা 17:31, 28 মাৰ্চ 2012 (UTC) Please check your email. — গীতাৰ্থ বৰদলৈ (talk) 18:10, 2 এপ্ৰিল 2012 (UTC) বিশেষ বঁটা
সাঁচ বাৰ্তা:অসমীয়া চলচ্চিত্ৰPlease see সাঁচ বাৰ্তা:অসমীয়া চলচ্চিত্ৰ and give your comment. --অম্লান বসুমতাৰী (talk) 18:20, 6 এপ্ৰিল 2012 (UTC)
প্ৰতিযোগিতাআপোনাৰ নামটো আমাৰ আগন্তক প্ৰতিযোগিতাৰ উপদেষ্টা সমিতিত ৰখাৰ বাবে প্ৰস্তাৱ কৰিছো| সন্মতি জনালে নামটো তাত যোগ দিব পাৰিম| বিষ্ণু বাৰ্তা 15:31, 1 মে' 2012 (UTC) নগৰ সাঁচবিষ্ণু দায়ে কেইদিনমান ছুটী লৈছে। সাঁচটোত তলা মৰা নাই। আপুনি ঠিক কৰি দিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 15:54, 3 আগষ্ট 2012 (UTC) অনুবাদকৰ পদক
ভাৰতীয় ৰেলবাবুল দা ভাৰতীয় ৰেল ধুনীয়া হৈছে, প্ৰতীকৰ ছবিখন মই ২নং infobox টোৰ পৰা ১নং টোলৈ লৈ আনিলো দেই, দেখিবলৈ ভাল হ’ব বুলি দীপাংকৰ চেতিয়া বাৰ্তা 11:54, 8 অক্টোবৰ 2012 (UTC) ৰেলৱে পদক
আলোচনাৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:19, 17 নৱেম্বৰ 2012 (UTC) নিৰ্বাচিত প্ৰবন্ধ"ভাৰতীয় ৰেল" প্ৰবন্ধটোক বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ কৰিলে কেনে হয়? আপুনি প্ৰবন্ধটো আৰু উন্নত কৰিব পাৰে কৰি কৰি দিব। লিংক চিংকবোৰো দি দিব। — গীতাৰ্থ বৰদলৈ (talk) 14:58, 15 জানুৱাৰী 2013 (UTC) স্থানান্তৰপ্ৰবন্ধ এটাৰ শিৰোনাম সলাবলৈ নতুন পৃষ্ঠা সৃষ্টি কৰি ৰিডিৰেক্ট কৰিব নালাগে। এনে কৰিলে প্ৰবন্ধটোৰ আগৰ ইতিহাস নোহোৱা হৈ যায়। গতিকে "স্থানান্তৰ" বিকল্পটোৰ সহায় ল'ব। "ইতিহাস চাওক"ৰ ওচৰৰ তৰাটোৰ কাষত থকা ক'লা গোটা ত্ৰিভুজটো টিপিলে "স্থানান্তৰ কৰক" বুলি বিকল্প এটা ওলায়। সেইটো খুলি পৃষ্ঠাখন নতুন শিৰোনামলৈ স্থানান্তৰ কৰিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 05:56, 18 জানুৱাৰী 2013 (UTC) উত্তৰ:!নেট সংযোগ নাছিল বাবে কেইদিনমান বিৰতি লব লগা হ’ল| :) বিষ্ণু শইকীয়া⇒✉ 15:53, 31 জানুৱাৰী 2013 (UTC) চাহিব বিবি ঔৰ গুলাম-ফটোকেইখন অমুক্ত, সেয়ে কমন্সত নাছিল| অসমীয়া ৱিকিত দুনাই আপলোড কৰিলো| এতিয়া আহিল| চাবচোন| বিষ্ণু শইকীয়া⇒✉ 14:29, 17 ফেব্ৰুৱাৰী 2013 (UTC) এই মাহৰ ৱিকিপিডিয়ান, মে' ২০১৫
Need HelpHi, this is Iqbal from Bangladesh. I noticed that you are very active in wikipedia. I need your help. Anupam Sen is a well known sociologist of Indian continent. If you translate this article in your own language then it will be a great work. If u need any help to translate any article in Bangla, then feel free to call me, I will help you out. Thanks in advance.-IqbalHossain (talk) 09:17, 7 June 2017 (ইউ.টি.চি.) জানিব বিচাৰোঅসমীয়া ৱিকিপেডিয়াৰ বৰ্তমানৰ মূল প্ৰসাশক কোন হয়? আৰু কিছুমান অদৰকাৰী প্ৰবন্ধ আপল'ড হোৱা দেখা গৈছে, যেনে Checkers Drive In Restaurants। এই বিষয়ে এজন পুৰণি সদস্য হিচাপে আপোনাৰ মতামত কি? Anshuman Dutta ২ অক্টোবৰ,২০১৭ Share your experience and feedback as a Wikimedian in this global surveyHello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes. You can find more information about this survey on the project page and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this privacy statement (in English). Please visit our frequently asked questions page to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to WMF Surveys to remove you from the list. Thank you! Reminder: Share your feedback in this Wikimedia surveyEvery response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. Take the survey now. If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to WMF Surveys. You can also send any questions you have to this user email. Learn more about this survey on the project page. This survey is hosted by a third-party service and governed by this Wikimedia Foundation privacy statement. Thanks! Your feedback matters: Final reminder to take the global Wikimedia surveyHello! This is a final reminder that the Wikimedia Foundation survey will close on 23 April, 2018 (07:00 UTC). The survey is available in various languages and will take between 20 and 40 minutes. Take the survey now. If you already took the survey - thank you! We will not bother you again. We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to WMF Surveys. You can also send any questions you have to this user email. Learn more about this survey on the project page. This survey is hosted by a third-party service and governed by this Wikimedia Foundation privacy statement. প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ
চলচ্চিত্ৰ পদক
চলচ্চিত্ৰ পদক
বাংলা ভাষাৰ 'ৰ' (ৰ) ৰ সমস্যাপ্ৰদ্যুম্ন (https://as.wikipedia.org/?curid=60278) নামৰ প্ৰবন্ধৰ শিৰোনামটোত বাংলা ভাষাৰ ৰ (প্+ৰ+দ্+য়+উ+ম্+ন) সুমুৱাই আছে। ঠিক কৰি দিয়ে যেন। Kuldhar Rabha (talk) 05:37, 7 June 2020 (ইউ.টি.চি.) Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipientsDear Wikimedians, We hope this message finds you well. We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop. We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest. Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further. Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so. Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC) গণতন্ত্ৰ পদক
Reminder: Festive Season 2020 edit-a-thonDear Wikimedians, Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST. শ্ৰেণীঅনুগ্ৰহ কৰি শ্ৰেণী:উৎসৱৰ ঋতু ২০২০ এডিটাথন এই শ্ৰেণীটো মূল নামস্থানত সংযোগ নকৰে যেন। প্ৰবন্ধটোৰ আলোচনা পৃষ্টাত {{উৎসৱৰ ঋতু ২০২০ এডিটাথন}} সাঁচটো যোগ কৰিলে শ্ৰেণীটোও যোগ হৈ যাব। --SlowPhoton (talk) 04:47, 5 December 2020 (ইউ.টি.চি.)
চৰক পূজাচৰক পূজা বানানটো অসম ইয়েৰ বুকত চড়ক পূজা বুলি আছে। JyotiPN (talk) 17:26, 6 December 2020 (ইউ.টি.চি.)JyotiPN
Token of appreciation: Festive Season 2020 edit-a-thonHello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.) Reminder: Wikipedia 20th celebration "the way I & my family feels"Greetings, A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels" The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page. Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels" Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels". If you are interested to contribute please participate. Do feel free to share the news and ask others to participate. Wikipedia 20th anniversary celebration edit-a-thonDear editor, I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.) নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথনসত্যভামা আৰু ভূদেৱী প্ৰবন্ধ দুটাত কিছু সালসলনিৰ অন্তত প্ৰবন্ধ দুটা আকৌ এবাৰ চকু ফুৰাই চাবলৈ আপোনাক অনুৰোধ কৰিলোঁ। JyotiPN (বাৰ্তা) 18:55, 16 February 2021 (ইউ.টি.চি.)JyotiPN
সুলেখিত প্ৰবন্ধকাৰ পদক
এই মাহৰ ৱিকিপিডিয়ান: ফ্ৰেব্ৰুৱাৰী,২০২১Nayan j Nath (বাৰ্তা) 13:26, 1 March 2021 (ইউ.টি.চি.) Wikimedia Foundation Community Board seats: Call for feedback meetingThe Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history. In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.) সোণালী ৱিকি পদক
কূটনৈতিক বিচক্ষণতা পদক
বঙালী ৰ আঁতৰোৱা সন্দৰ্ভতসুপ্ৰিয় @Babulbaishya:, আপুনি পুৰকুইল প্ৰবন্ধৰ পৰা বঙালী "ৰ" (ৰ) আঁতৰাই দিছেন, সেয়েহে ধন্যবাদ। কিন্তু মই লক্ষ্য কৰিছিলো যে এই সম্পাদনাত আপুনি ইনফোবক্সৰ "| native_name =" আৰু ৰেফাৰেন্সেৰ টাইটেলত আপুনি বঙালী "ৰ" (ৰ) আঁতৰাই দিছে্ন। যিটো বঙালী হ'ব লাগিব। গতিকে মই এইবোৰত পুনৰ বাংলা "ৰ" স্থান লৈছো। ধন্যবাদ। (মই বাংলাদেশী বঙালী কিন্তু অসমীয়া ভাষাত মোৰ প্ৰাৰম্ভিক জ্ঞান আছে। এই বাৰ্তাত মোৰ বানান ভুল হ'ব পাৰে কিয়নো অসমীয়া ভাষাত মোৰ জ্ঞান সীমিত)। -- MS Sakib (বাৰ্তা) 07:04, 10 মে' 2021 (ইউ.টি.চি.) ধন্যবাদবাবুল দা, অসমৰ বিধানসভা নিৰ্বাচন বিষয়ক প্ৰবন্ধকেইটাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। বৰ প্ৰয়োজনীয় কিছু তথ্য অসমীয়া ৱিকিপিডিয়াত যোগ হ'ল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:04, 12 মে' 2021 (ইউ.টি.চি.)
নিৰ্বাচন পদক
পৃষ্ঠা আকৰ্চ খুৰানাৰ সৈতেআপুনি কৈছিলে যে পৃষ্ঠাটো আকৰ্ষ বানানটোকে ৰখা ভাল হ'ব। হৈ আপোনাৰ কথা বুজি পালু। আপুনি পৃষ্ঠাটো move কৰিব পাৰে। Jogesh 69 (বাৰ্তা) 06:03, 8 June 2021 (ইউ.টি.চি.) ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানপ্ৰিয় Babulbaishya, ২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন। ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব। প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব। নিৰ্বাচন কমিটিৰ হৈ,
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersGreetings, The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page. You can also verify your eligibility using the AccountEligiblity tool. MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.) Note: You are receiving this message as part of outreach efforts to create awareness among the voters. [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communitiesHello, As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election. An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP. Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.) দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠানপ্ৰিয় সতীৰ্থ, মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।
Feedback for Mini edit-a-thonsDear Wikimedian, Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.) ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছেপ্ৰিয় Babulbaishya, ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
Request for information (WLWSA Newsletter #1) Thank you for organizing the Wiki Loves Women South Asia 2021 edition locally in your community. For the convenience of communication and coordination, the information of the organizers/judges is being collected through a Google form, we request you to fill it out.
This message has been sent to you because you are listed as a local organizer/judge in Metawiki. If you have changed your decision to remain as an organizer/judge, update the list. Regards, @Babulbaishya: এতিয়া প্ৰবন্ধটোত ৩০০+ শব্দ আছে। MS Sakib (বাৰ্তা) 16:02, 7 September 2021 (ইউ.টি.চি.)
ডাইনীবিদ্যাপ্ৰবন্ধটোৰ বিষয়ে কৰা মন্তব্যৰ আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:49, 12 September 2021 (ইউ.টি.চি.) Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversaryDear Wikimedian, Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.) বিচাৰক পদক
A DoubtHello Babul! A few minutes back, a notification came saying there's some Bengali words hidden. Please remove it. Actually, I typed Assamese from Bengali keyboard. Is it not allowed? ৱাসিম (وسيم) (বাৰ্তা) 03:11, 20 October 2021 (ইউ.টি.চি.)
Spelling issueActually, we, Manipuris, also use Assamese-Bengali script in daily use, including newspapers. We always use "মৈতৈ" (Mei-tei) or "মিতৈ" (Mee-Tei) or "মীতৈ" (Mee-Tei) and never "মেইতেই" (Me-i-Te-i). "মেইতেই" is totally wrong pronunciation. We don't feel happy if other ethnicity call us in wrong pronunciation like "মেইতেই". We never pronounced in that way. Today, I saw an article name was moved here. Please see this newspaper highlights to confirm. Thanks! ৱাসিম (وسيم) (বাৰ্তা) 15:05, 20 October 2021 (ইউ.টি.চি.)
WLWSA-2021 Newsletter #6 (Request to provide information)Wiki Loves Women South Asia 2021
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.
If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page Regards,
এই মাহৰ ৱিকিপিডিয়ান: নৱেম্বৰ,২০২১Nayan j Nath (বাৰ্তা) 16:00, 30 November 2021 (ইউ.টি.চি.) বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২১)
International Mother Language Day 2022 edit-a-thonDear Wikimedian, CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day. This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) On behalf of User:Nitesh (CIS-A2K) International Women's Month 2022 edit-a-thonDear Wikimedians, Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.) On behalf of User:Nitesh (CIS-A2K) June Month Celebration 2022 edit-a-thonDear User, CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month. This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC) On behalf of User:Nitesh (CIS-A2K) WikiConference India 2023: Program submissions and Scholarships form are now openDear Wikimedian, We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds. We also have exciting updates about the Program and Scholarships. The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here. For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page. ‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST. Regards MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.) (on behalf of the WCI Organizing Committee) WikiConference India 2023: Help us organize!Dear Wikimedian, You may already know that the third iteration of WikiConference India is happening in March 2023. We have recently opened scholarship applications and session submissions for the program. As it is a huge conference, we will definitely need help with organizing. As you have been significantly involved in contributing to Wikimedia projects related to Indic languages, we wanted to reach out to you and see if you are interested in helping us. We have different teams that might interest you, such as communications, scholarships, programs, event management etc. If you are interested, please fill in this form. Let us know if you have any questions on the event talk page. Thank you MediaWiki message delivery (বাৰ্তা) 15:21, 18 November 2022 (ইউ.টি.চি.) (on behalf of the WCI Organizing Committee) WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadlineDear Wikimedian, Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page. COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships. Please add the following to your respective calendars and we look forward to seeing you on the call
Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.) On Behalf of, WCI 2023 Core organizing team. WikiConference India 2023:WCI2023 Open Community call on 18 December 2022Dear Wikimedian, As you may know, we are hosting regular calls with the communities for WikiConference India 2023. This message is for the second Open Community Call which is scheduled on the 18th of December, 2022 (Today) from 7:00 to 8:00 pm to answer any questions, concerns, or clarifications, take inputs from the communities, and give a few updates related to the conference from our end. Please add the following to your respective calendars and we look forward to seeing you on the call.
Furthermore, we are pleased to share the telegram group created for the community members who are interested to be a part of WikiConference India 2023 and share any thoughts, inputs, suggestions, or questions. Link to join the telegram group: https://t.me/+X9RLByiOxpAyNDZl. Alternatively, you can also leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 08:11, 18 December 2022 (ইউ.টি.চি.) On Behalf of, WCI 2023 Organizing team এই মাহৰ ৱিকিপিডিয়ান: ডিচেম্বৰ, ২০২২
RevertYou reverted my rollback vandalism but after that restored the template? - Tryvix1509 (বাৰ্তা) 14:37, 2 January 2023 (ইউ.টি.চি.)
Nor have I ever claimed to have more experience than anyone else. I'm just doing what I think it does: revert vandalism, spam, test edits (you can check my user page). Tryvix1509 (বাৰ্তা) 02:21, 3 January 2023 (ইউ.টি.চি.) এডিটাথনৰ তেজীঘোঁৰা
Assalamu Alaikum, I am a Bengali Wikipedian speaking from Bangladesh. I am interested in editing your Assamese Wikipedia but I don't know Assamese language very well. But I am trying to master the Assamese language by reading various newspapers of Assam regularly. However, Assamese Wikipedia is missing many important templates and I am very interested in creating them. Out of this interest I translated Template:Infobox cricket series into Assamese created the title সাঁচ:তথ্যমেজ ক্ৰিকেট শৃংখলা. Then you transfer it as সাঁচ:Infobox cricket series. Maybe there was a mistake in the title I gave because I don't know Assamese well. But you can tell me the exact reason for transferring the template.Ended here by thanking you hoping for a reply soon. Abazizfahad (বাৰ্তা) 01:42, 5 March 2023 (ইউ.টি.চি.) Women's Month Datathon on CommonsDear Wikimedian, Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month. You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time. If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.) Women's Month Datathon on Commons Online SessionDear Wikimedian, Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event. There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.) বিচাৰক পদক
এডিটাথনৰ তেজীঘোঁৰা ২০২৩
নাৰীবাদ পদক
প্ৰথম স্থান
নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ (তথ্যৰ হেতু আৱেদন)নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩
নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰখন পূৰণ কৰক আৰু পুৰস্কাৰ তথা প্ৰমাণপত্ৰ প্ৰদানকে ধৰি পৰৱৰ্তী পদক্ষেপসমূহ সম্পূৰ্ণ কৰাত আমাক সহায় কৰক।
ৱিকিডাটা পদক
Feminism and Folklore 2023 - Local prize winnersঅনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Congratulations on your remarkable achievement of winning a local prize in the Feminism and Folklore 2023 writing competition! We greatly appreciate your valuable contribution and the effort you put into documenting your local Folk culture and Women on Wikipedia. To ensure you receive your prize, please take a moment to complete the preferences form before the 1st of July 2023. You can access the form by clicking here. We kindly request you to submit the form before the deadline to avoid any potential disappointments. If you have any questions or require further assistance, please do not hesitate to contact us via talkpage or Email. We are more than happy to help. Best wishes, MediaWiki message delivery (বাৰ্তা) 10:47, 10 June 2023 (ইউ.টি.চি.) মৃত লিংক সন্দৰ্ভতমৰম তৃষ্ণা প্ৰবন্ধটোত আপুনি যোগ কৰা লিংকটো বৰ্তমান সক্ৰিয় হৈ থকা নাই। 404 : Not Found বুলিহে দেখুৱাইছে। ৱিকিপিডিয়াৰ প্ৰবন্ধ এটাৰ লগত সংযোগ নথকা লিংকটো ৱিকিৰ নীতি-নিয়ম অনুসৰি পৃষ্ঠাটোৰ পৰা গুচাই দিছোঁ। Thesaurabhsaha (বাৰ্তা) 09:33, 18 June 2023 (ইউ.টি.চি.)
ৱিকিপিডিয়াৰ গৌৰৱৱিকিপিডিয়াৰ গৌৰৱ
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াই একুৰি এক বছৰ গৰকিলে। দুটা দশকৰ এই সুদীৰ্ঘ যাত্ৰাত আপুনি যুক্ত হোৱাৰে পৰা অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অতিশয় সক্ৰিয় সদস্য হিচাপে অসমীয়া ৱিকিপিডিয়ালৈ অতুলনীয় বৰঙণি আগবঢ়ালে। আপোনাৰ সহযোগিতা আৰু কৰ্মশক্তিয়ে ৱিকিপিডিয়াক এক নতুন গতি দিয়াত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে এই যাত্ৰা আমাৰ বাবেও আনন্দমধুৰ কৰি তুলিলে। সম্পাদনাৰ সংখ্যাৰ হিচাপত আজিৰ তাৰিখত অসমীয়া ৱিকিপিডিয়াত আপুনি সৃষ্টি কৰা প্ৰবন্ধ ৬২০-ৰো অধিক। আপোনাৰ এই অমূল্য অৱদানৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত দিনবোৰতো আপোনাৰ এই সূৰ্যমুখী গতি অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ Feminism and Folklore 2023 - International prize winnersঅনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Congratulations! We are thrilled to announce that you have emerged as the victorious champion in the Feminism and Folklore 2023 writing competition, securing an International prize. Your achievement is truly exceptional and worthy of celebration! We would like to express our utmost gratitude for your invaluable contribution to the documentation of your local Folk culture and Women on Wikipedia. The dedication and hard work you exhibited throughout the competition were truly remarkable. To ensure that you receive your well-deserved prize, we kindly request you to take a moment and complete the preferences form before the 10th of July 2023. By doing so, you will help us tailor the prize according to your preferences and guarantee a delightful experience for you. You can access the form by clicking here.. Should you have any queries or require any further assistance, please do not hesitate to reach out to us. You can easily contact us via the talkpage or by email. We are more than delighted to provide any support you may need. Once again, congratulations on this outstanding achievement! We are proud to have you as our winner and eagerly look forward to hearing from you. Best wishes, --MediaWiki message delivery (বাৰ্তা) 06:03, 29 June 2023 (ইউ.টি.চি.) Feminism and Folklore 2023 - A Heartfelt Appreciation for Your Impactful Contribution!অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Dear Wikimedian, We extend our sincerest gratitude to you for making an extraordinary impact in the Feminism and Folklore 2023 writing competition. Your remarkable dedication and efforts have been instrumental in bridging cultural and gender gaps on Wikipedia. We are truly grateful for the time and energy you've invested in this endeavor. As a token of our deep appreciation, we'd love to send you a special postcard. It serves as a small gesture to convey our immense thanks for your involvement in the competition. To ensure you receive this token of appreciation, kindly fill out this form by August 15th, 2023. Looking ahead, we are thrilled to announce that we'll be hosting Feminism and Folklore in 2024. We eagerly await your presence in the upcoming year as we continue our journey to empower and foster inclusivity. Once again, thank you for being an essential part of our mission to promote feminism and preserve folklore on Wikipedia. With warm regards, Feminism and Folklore International Team. --MediaWiki message delivery (বাৰ্তা) 18:37, 25 July 2023 (ইউ.টি.চি.) এই মাহৰ ৱিকিপিডিয়ান: জুলাই, ২০২৩
ৱিকি ঈগল পদক
মহাত্মা গান্ধী এডিটাথন, ২০২৩
JyotiPN (বাৰ্তা) 04:13, 12 October 2023 (ইউ.টি.চি.)JyotiPN কৰ্মশালাৰ সোণালী পদক
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২৩)
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪প্রিয় Babulbaishya, আশাকৰোঁ কুশলে আছে৷ এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷ এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন৷ অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক৷ আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা৷ (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই) আন্তৰিক শুভকামনা জানিব৷ Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.) অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
উত্তৰসূৰীSuccessor মানে উত্তৰসূৰী উল্লেখ কৰা কোনো নিৰ্ভৰযোগ্য উৎস আছে নেকি আপোনাৰ ওচৰত?? KHI-LAN-TZI 05:03, 28 August 2024 (ইউ.টি.চি.)
মোৰ উৎস:- "The Pronouncing Anglo Assamese Dictionary (1932) : Bhattacharyya, Buddhindranath : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. 2024-06-26. https://archive.org/details/in.ernet.dli.2015.14764/page/n787/mode/1up?q=Successor। আহৰণ কৰা হৈছে: 2024-08-28.</ref> সাত শতাধিক প্ৰবন্ধ পদক- দিব্য দত্ত (বাৰ্তা) 10:04, 31 August 2024 (ইউ.টি.চি.) Translation requestHello, Babulbaishya. Can you translate and upload the articles en:Azerbaijani manat, en:Azerbaijani manat sign and en:Campi Flegrei in Assamese Wikipedia? Yours sincerely, Oirattas (বাৰ্তা) 14:25, 15 September 2024 (ইউ.টি.চি.) এছিয়ান মাহৰ সহযোগী
চাণক্য (বাৰ্তা) 13:16, 15 December 2024 (ইউ.টি.চি.) বিজয় চন্দ্ৰ বৰা।অসম নাজিৰা ।অসমীয়া সাহিত্য 2405:201:8043:C841:B06A:4749:2055:82EA 09:52, 27 December 2024 (ইউ.টি.চি.) Invitation to Participate in the Wikimedia SAARC Conference Community Engagement SurveyDear Community Members, I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity. We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal. This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference. Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6 We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations. Deadline to Submit the Survey: 20 January 2025 Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input. Warm regards, |
Portal di Ensiklopedia Dunia