মৰম তৃষ্ণা

মৰম তৃষ্ণা
Maram Trishna
পৰিচালক আব্দুল মজিদ
অভিনয়ত ৰোহিনী বৰুৱা
তাৰা
সংগীত পৰিচালক বিবেকানন্দ ভট্টাচাৰ্য
মুক্তি
১৯৬৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মৰম তৃষ্ণা (ইংৰাজী: Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া কথাছবি। ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। সঙ্গীত বিবেকানন্দ ভট্টাচাৰ্যৰ। গীত লিখিছিল নিহাৰেন্দ্ৰ ভট্টাচাৰ্য আৰু ইউচুফ হাজৰিকাই। অভিনয়ত আছিল দীনেশ দাস, ৰোহিনী বৰুৱা, তাৰা, ৰেখা বৰা আদি।[1][2] অভিনেতা দিনেশ দাসৰ এইখন প্ৰথম ছবি আছিল।[3]

গীত

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "নীলিম গগন ঢৌৱাই ৰং বিৰঙৰ মেঘালীয়ে"  নিহাৰেন্দ্ৰ ভট্টাচাৰ্যপাৰবীন চুলতানা  
2. "অ' বতাহ বলিছে ঝিৰঝিৰিয়া, মোৰ মনহে মুকলিমুৰীয়া"  নিহাৰেন্দ্ৰ ভট্টাচাৰ্যখগেন মহন্ত,পাৰবীন চুলতানা  
3. "সপোন ৰঙীন পলাশ বনত ফুলিলে ৰজনীগন্ধা"  ইউচুফ হাজৰিকাপাৰবীন চুলতানা  
4. "অৰুন্ধতী অপৰূপা তুমি এপলক ৰৈ যোৱা"  ইউচুফ হাজৰিকাশ্যামল মিত্ৰ  
5. "দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী"  নিহাৰেন্দ্ৰ ভট্টাচাৰ্যখগেন মহন্ত  

তথ্য উৎস

  1. "Maram Trishna (1968) – Assamese Film". https://www.assams.info/movies/morom-trishna-1968। আহৰণ কৰা হৈছে: 22 April 2020. 
  2. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugar. পৃষ্ঠা. 113. 
  3. "Dinesh Das". nettv4u.com. https://nettv4u.com/celebrity/assamese/tv-actor/dinesh-das। আহৰণ কৰা হৈছে: 18 June 2023. 

বাহ্যিক সংযোগ

  1. গীত সংকলন ৱেবচাইটত মৰম তৃষ্ণাৰ গীত
  2. ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ খগেন মহন্ত
  3. ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ পাৰবীন চুলতানা

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia