মুম্বাই চিটি এফ চি
মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2] এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ কলাবাৰ কুপাৰেজ পথাৰত হয়।[1] বুৰঞ্জী২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3] মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4] ষ্টেডিয়ামমুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে। খেলুৱৈবৰ্তমান দলটোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে। দল পৰিচালনা
কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia