"পোহৰ কম্পনাংক ক'ম্ব প্ৰণালী সমন্বিতে লেজাৰৰ জৰিয়তে নিখুঁত বৰ্ণালীবিজ্ঞানৰ বিকাশৰ বাবে তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে" ("for their contributions to the development of laser-based precision spectroscopy, including the optical frequency comb technique")
"হেলিক'বেক্টাৰ পাইল'ৰি বেক্টেৰিয়াৰ আৱিষ্কাৰ আৰু পাকস্থলীৰ অম্ল ৰোগ আৰু পাকস্থলীৰ ঘাঁ কৰাত ইয়াৰ ভূমিকা আৱিষ্কাৰ কৰাৰ বাবে" ("for their discovery of the bacterium Helicobacter pylori and its role in gastritis and peptic ulcer disease")
"নিউক্লিয় শক্তিক সামৰিক ভাৱে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে তেওঁলোকে হাতত লোৱা প্ৰচেষ্টা আৰু লগতে নিউক্লিয় শক্তি যাতে অতি নিৰাপদভাৱে শান্তিৰ কামত ব্যৱহাৰ হয় তাৰ নিশ্চয়তা প্ৰদান কৰাৰ বাবে" (for their efforts to prevent nuclear energy from being used for military purposes and to ensure that nuclear energy for peaceful purposes is used in the safest possible way")