"পৰমাণুতকৈ ক্ষুদ্ৰ কণিকাৰ ভৰ উদ্ভৱৰ কাৰণ সম্পৰ্কে তেওঁলোকে দিয়া তাত্বিক বাখ্যাৰ বাবে, যি বাখ্যা অতি সম্প্ৰতি চাৰ্ন লাৰ্জ হেড্ৰন কলাইডাৰ-ত ATLAS আৰু CMS পৰীক্ষণৰ সময়ত ভৱিষ্যবাণী কৰা কণিকাৰ উপস্থিতি নিশ্চিত কৰি কৰা হয়" (""for the theoretical discovery of a mechanism that contributes to our understanding of the origin of mass of subatomic particles, and which recently was confirmed through the discovery of the predicted fundamental particle, by the ATLAS and CMS experiments at CERN's Large Hadron Collider"")
কোষৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ পৰিবাহী তন্ত্ৰ ভেছিক্ল-ৰ (vesicle) মাজেৰে পৰিবহন প্ৰক্ৰিয়াৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of machinery regulating vesicle traffic, a major transport system in our cells")