"ভ্ৰুণীয় ষ্টেম কোষ ব্যৱহাৰ কৰি নিগনিৰ সুনিৰ্দিষ্ট জিনীয় পৰিৱৰ্তন সংঘটিত কৰাৰ নীতি আৱিষ্কাৰৰ বাবে" ("for their discoveries of principles for introducing specific gene modifications in mice by the use of embryonic stem cells")
"নাৰী অভিজ্ঞতাৰ মহাকবি, যিয়ে সন্দিগ্ধতা, ক্ষোভ আৰু দূৰদৃষ্টিৰে খণ্ডিত সভ্যতাক পৰীক্ষা কৰে" ( "that epicist of the female experience, who with scepticism, fire and visionary power has subjected a divided civilisation to scrutiny")
মানৱ-সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ বিষয়ে অধিক জানিবলৈ আৰু জনাবলৈ তেওঁলোকে হাতত লোৱা প্ৰচেষ্টাসমূহৰ বাবে, আৰু এই পৰিৱৰ্তন ৰোধ কৰাৰ বাবে ল'বলগীয়া কাৰ্যাৱলীৰ বুনিয়াদী পদক্ষেপ গ্ৰহন কৰাৰ বাবে ("for their efforts to build up and disseminate greater knowledge about man-made climate change, and to lay the foundations for the measures that are needed to counteract such change")