ক্ষাৰ পৰমাণুৰ লঘু গেছ-ত বসু-আইনষ্টাইন ঘনীভৱন সম্ভৱ কৰাৰ বাবে, আৰু ঘনীভূতৰ ধৰ্মৰ ওপৰত কৰা বুনিয়াদী আৰু প্ৰাথমিক পৰীক্ষাৰ বাবে ("for the achievement of Bose-Einstein condensation in dilute gases of alkali atoms, and for early fundamental studies of the properties of the condensates")
বোধদ্ৰেককাৰী বৰ্ণনা আৰু ন্যায়নিষ্ঠ সূক্ষ্মবিচাৰ একত্ৰিত কৰি তেখেতে ৰচনা কৰা কৰ্মৰাজীয়ে অৱদমিত ইতিহাসক আমাৰ চকুৰ আগত নিশ্চিত ভাৱে তুলি ধৰে ("for having united perceptive narrative and incorruptible scrutiny in works that compel us to see the presence of suppressed histories")