দৰং–ওদালগুৰি AS-4 |
---|
|
দৰং–ওদালগুৰি লোকসভা সমষ্টি ২০২৪ |
|
ৰাষ্ট্ৰ | ভাৰত |
---|
ৰাজ্য | অসম |
---|
সমষ্টি নং | ৪ |
---|
প্ৰতিস্থা | ২০২৩ |
---|
সংৰক্ষণ | নাই |
---|
|
|
|
দৰং–ওদালগুৰি লোকসভা সমষ্টি (ইংৰাজী: Darrang–Udalguri Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।[1][2][3][4][5][6] ২০২৩ চনৰ ১১ আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত আদেশ প্ৰকাশ কৰে আৰু এই সমষ্টিটো গঠন কৰে।[7][8]
বিধানসভাৰ সমষ্টিসমূহ
দৰং–ওদালগুৰি লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে:[9][10]
#
|
সমষ্টি
|
জিলা
|
দল
|
বিধান সভাৰ সদস্য
|
৩১
|
ৰঙিয়া বিধানসভা সমষ্টি
|
কামৰূপ
|
বিজেপি
|
|
৩২
|
কমলপুৰ বিধানসভা সমষ্টি
|
বিজেপি
|
|
৪৩
|
তামোলপুৰ বিধানসভা সমষ্টি (ST)
|
বাক্সা
|
ইউপিপিএল
|
|
৪৪
|
গোৰেশ্বৰ বিধানসভা সমষ্টি
|
|
|
৪৫
|
ভেৰগাঁও বিধানসভা সমষ্টি
|
ওদালগুৰি
|
|
|
৪৬
|
ওদালগুৰি বিধানসভা সমষ্টি (ST)
|
|
|
৪৭
|
মাজবাট বিধানসভা সমষ্টি
|
বিজেপি
|
|
৪৮
|
টংলা বিধানসভা সমষ্টি
|
|
|
৪৯
|
ছিপাঝাৰ বিধানসভা সমষ্টি
|
দৰং
|
বিজেপি
|
|
৫০
|
মঙ্গলদৈ বিধানসভা সমষ্টি
|
বিজেপি
|
|
৫১
|
দলগাঁও বিধানসভা সমষ্টি
|
এজিপি
|
|
লোকসভাৰ সদস্য
লগতে চাওক
তথ্য সংগ্ৰহ
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|