মঙ্গলদৈ লোকসভা সমষ্টি (ইংৰাজী: Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
মঙ্গলদৈ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
- কমলপুৰ বিধানসভা সমষ্টি
- ৰঙিয়া বিধানসভা সমষ্টি
- নলবাৰী বিধানসভা সমষ্টি
- পানেৰী বিধানসভা সমষ্টি
- কলাইগাঁও বিধানসভা সমষ্টি
- ছিপাঝাৰ বিধানসভা সমষ্টি
- মঙ্গলদৈ বিধানসভা সমষ্টি
- দলগাঁও বিধানসভা সমষ্টি
- ওদালগুৰি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
- মাজবাট বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
লগতে চাওক
তথ্য সংগ্ৰহ
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|