কোকৰাঝাৰ লোকসভা সমষ্টি (ইংৰাজী: Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
কোকৰাঝাৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- গোঁসাইগাঁওবিধান সভা সমষ্টি
- কোকৰাঝাৰ পূব বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- ছিদলী বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- বিজনী বিধান সভা সমষ্টি
- সৰভোগ বিধান সভা সমষ্টি
- ভবানীপুৰ বিধান সভা সমষ্টি
- তামোলপুৰ বিধান সভা সমষ্টি
- বৰামা বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- চাপগুৰি বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
লোকসভাৰ সদস্যসকল
ক্ৰম |
বৰ্ষ |
প্ৰাৰ্থী |
দল
|
১ |
১৯৫৭ |
ডি বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
২ |
১৯৬২ |
ডি বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৩ |
১৯৬৭ |
ডি বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৪ |
১৯৭১ |
ডি বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৫ |
১৯৭৭ |
চৰণ নাৰ্জাৰী |
U.A.
|
৬ |
১৯৮৪ |
চৰণ ব্ৰহ্ম চৌধুৰী |
U.A.
|
৭ |
১৯৯১ |
সতেন্দ্ৰনাথ ব্ৰহ্ম চৌধুৰী |
নিৰ্দলীয়
|
৮ |
১৯৯৬ |
লুইছ ইছলাৰী |
নিৰ্দলীয়
|
৯ |
১৯৯৮ |
চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী |
নিৰ্দলীয়
|
১০ |
১৯৯৯ |
চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী |
নিৰ্দলীয়
|
১১ |
২০০৪ |
চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী |
নিৰ্দলীয়
|
১২ |
২০০৯ |
চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী |
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
|
১৩ |
২০১৪ |
নৱ কুমাৰ শৰণীয়া[2] |
নিৰ্দলীয়
|
লগতে চাওক
তথ্য সংগ্ৰহ
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|