জুবিনৰ গান (শ্ৰব্য এলবাম)

জুবিনৰ গান

শ্ৰব্য কেছেটৰ বকলা
জুবিন গাৰ্গ আৰু উৎপলৰ
শ্ৰব্য এলবাম
মুক্তি জানুৱাৰী ১৯৯৬
পৰিচালক জুবিন গাৰ্গ

জুবিনৰ গান হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম।

এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।[2]

গীতৰ তালিকা

এলবামটিত মুঠ ৮টা গীত আছে। 'পৃথিৱীয়ে মোক' গীতটিৰ সুৰকাৰ উৎপল শৰ্মা, বাকীকেইটাৰ সুৰ জুবিনৰ।[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "এতিয়া আছে মাথোঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
2. "উমি উমি"  জুবিন গাৰ্গজুবিন গাৰ্গ, হেমা  
3. "লাহে লাহে"  জুবিন গাৰ্গজুবিন গাৰ্গ  
4. "এতিয়াও সাৰে আছোঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "পৃথিৱীয়ে মোক"  বিজয় দুৱৰাজুবিন গাৰ্গ  
6. "তুমি নিদিয়া"  জুবিন গাৰ্গজুবিন গাৰ্গ  
7. "উজাগৰী নিশাৰ"  জুবিন গাৰ্গমহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ  
8. "এন্ধাৰ হ'ব"  জুবিন গাৰ্গজুবিন গাৰ্গ  

তথ্যসূত্ৰ

  1. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. 2.0 2.1 "Jubeenor Gaan". Music India Online. Archived from the original on 2015-04-28. https://web.archive.org/web/20150428193154/http://mio.to/album/Jubeenor+Gaan। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015. 

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia