চীনা-তিব্বতীয় ভাষা
চীনা-তিব্বতীয় ভাষা(ইংৰাজী: Sino-Tibetan language) এটা ভাষা পৰিয়াল; ইয়াৰ ভিতৰত প্ৰায় ৪০০টা ভাষা অন্তৰ্ভুক্ত। পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত এই ভাষাৰ ব্যৱহাৰ কৰা হয়। জনসংখ্যাৰ ক্ষেত্ৰত ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় স্থানত আছে। চীন-তিব্বতী ভাষাৰ ভিতৰত চীনা ভাষাৰ ১২ বিলিয়ন, মান ভাষাৰ ৩.৩ কোটি আৰু তিব্বতী ভাষাৰ ৮০ লাখ ব্যৱহাৰকাৰী আছে। চীনা গৱেষণালি (১৯৩৭)১৯৩৭ চনৰ চাইনিজ ইয়েৰবুকত লি ফাং-কুৱেইয়ে কৰা এক সমীক্ষাত এই পৰিয়ালটোক চাৰিটা শাখাৰে গঠিত বুলি বৰ্ণনা কৰিছে:[1]
১.চীনা ভাষাপ্ৰধান প্ৰবন্ধ: চীনা ভাষা
এই শাখাত চীনা ভাষা অন্তৰ্গত কৰা হৈছে। ২.টাই ভাষাপ্ৰধান প্ৰবন্ধ: টাই ভাষা
পশ্চিমীয়া গৱেষকে টাই সকলক এটা স্বাধীন ভাষা পৰিয়াল (ক্ৰা-ডাই ভাষা পৰিয়াল) হিচাপে স্বীকৃতি দিছে। কিন্তু চীনা গৱেষক সকলে টাই সকলক চীনা-তিব্বতীয় ভাষাৰ চাৰিটা শাখাৰ এটা শাখা বুলি ভাগ কৰিছে।[2][1] ৩.মান-তিব্বতীয়অসমৰ মান-তিব্বতীয় জনগোষ্ঠী সমূহ হৈছে:
৪.মিয়াও-য়াও (হমং-মিয়েন)পশ্চিমীয় গৱেষণাবেনেডিক্ট (১৯৪২)বেনেডিক্টে ভিয়েটনামীসকলক প্ৰকাশ্যভাৱে বাদ দিছিল আৰু মন-খ্মেৰত ৰাখিছিল লগতে হমং-মিয়েন আৰু ক্ৰা-ডাইক অষ্ট্ৰ'-টাইত ৰাখিছিল।[3]
ইতিহাস১৯ শতিকাত প্ৰথমে প্ৰস্তাৱ কৰা হৈছিল যে কায় অঞ্চলৰ চীনা, তিব্বতী, বাৰ্মিজ আৰু অন্যান্য ভাষাসমূহ জিনগতভাৱে সম্পৰ্কিত; যিটো এতিয়া সকলোৰে পৰিচিত।[4] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia