কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
|
|
বঁটাৰ তথ্য
|
প্ৰকাৰ
|
অসামৰিক
|
শ্ৰেণী
|
ৰাষ্ট্ৰীয় (ব্যক্তিবিশেষ বা গোট)
|
বৰ্ণনা
|
ভাৰতীয় কলা, সাহিত্য আৰু সংস্কৃতি বিজ্ঞান আৰু প্ৰযুক্তি
|
প্ৰতিষ্ঠা
|
১৯৯০
|
প্ৰথমবাৰ প্ৰদান
|
১৯৯১
|
অন্তিমবাৰ প্ৰদান
|
২০১২
|
মুঠ প্ৰদানৰ সংখ্যা
|
৪১
|
প্ৰদানকৰ্তা
|
কমল কুমাৰী ফাউণ্ডেছন
|
নগদ টকা
|
এটা ট্ৰফী, এখন মানপত্ৰ আৰু নগদ ২ লাখ টকা
|
প্ৰথম প্ৰাপক
|
শোভা ব্ৰহ্ম
|
অন্তিম প্ৰাপক
|
ধীৰাজ বৰা ঐচৰ্য্য পি. কোঁৱৰ পুষ্পা ভূঞা
|
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা কলা, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষ বা গোটক প্ৰদান কৰা এটা ভাৰতীয় বঁটা। ঠেঙাল, অসমৰ খঙীয়া বৰুৱা পৰিয়ালৰ বিদুষী মহিলা কমল কুমাৰী বৰুৱাৰ স্মৃতিত কমল কুমাৰী ফাউণ্ডেছনে ১৯৯০ চনত এই বঁটাৰ প্ৰচলন কৰে।[1] এতিয়ালৈকে ৪১জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। ১৯৯১ চনত প্ৰথমে শোভা ব্ৰহ্মক কলা-সংস্কৃতি ক্ষেত্ৰত বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। এই বঁটাত এটা ট্ৰফী, এখন মানপত্ৰ আৰু নগদ ২ লাখ টকা প্ৰদান কৰা হয়।[1][2]
বঁটাপ্ৰাপকৰ তালিকা
বৰ্ষ
|
প্ৰাপক
|
স্থান
|
পেছা
|
শ্ৰেণী
|
উৎস
|
১৯৯১
|
শোভা ব্ৰহ্ম
|
অসম
|
শিল্পী
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯২
|
চি এন আৰ ৰাও
|
কৰ্ণাটক
|
ৰসায়নবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯২
|
এছ পি ত্যাগৰাজন
|
তামিলনাডু
|
অণুজীৱবিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯২
|
শংখ ঘোষ
|
পশ্চিমবংগ
|
বঙালী কবি
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৩
|
সৰ্বেশ্বৰ বেজবৰুৱা
|
অসম
|
প্লাজমা বিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৩
|
নীলমণি ফুকন
|
অসম
|
অসমীয়া কবি
|
কলা আৰু সংস্কৃতি
|
|
১৯৯৪
|
দিলীপ কুমাৰ চৌধুৰী
|
অসম
|
পদাৰ্থবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৪
|
শিশিৰ কুমাৰ দাস
|
পশ্চিমবংগ
|
বঙালী কবি
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৫
|
ইন্দিৰা গোস্বামী
|
অসম
|
অসমীয়া লেখিকা
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৫
|
টি এছ আৰ প্ৰসাদ ৰাও
|
অন্ধ্ৰপ্ৰদেশ
|
আণৱিক অণুঘটন
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৬
|
অমিতা মালিক
|
নতুন দিল্লী
|
মিডিয়া সমালোচক
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৬
|
লক্ষ্মীধৰ চমপথী
|
ভুৱনেশ্বৰ
|
নিউক্লীয় পদাৰ্থবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৭
|
অচ্যুত লহকৰ
|
অসম
|
ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৭
|
ৰঘূনাথ অনন্ত মাছেলকাৰ
|
গোৱা
|
সঞ্চালক প্ৰধান, CSIR, সম্পাদক, DSIR, নতুন দিল্লী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৮
|
নৱকান্ত বৰুৱা
|
অসম
|
অসমীয়া লেখক
|
কলা আৰু সংস্কৃতি
|
[3]
|
১৯৯৮
|
বিভা ধাৱান
|
নতুন দিল্লী
|
থিয়েটাৰ ব্যক্তিত্ব
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[3]
|
১৯৯৯
|
হীৰেন গোহাঁই
|
অসম
|
লেখক, সমালোচক
|
কলা আৰু সংস্কৃতি
|
|
১৯৯৯
|
অশোক সেন
|
কলকাতা, এলাহাবাদ
|
তাত্বিক পদাৰ্থবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
|
২০০০
|
ভবেন্দ্ৰ নাথ শইকীয়া
|
অসম
|
লেখক, চলচ্চিত্ৰ নিৰ্মাতা
|
কলা আৰু সংস্কৃতি
|
[4]
|
২০০০
|
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ
|
মহাৰাষ্ট্ৰ
|
ব্ৰহ্মাণ্ডবি়জ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[4]
|
২০০১
|
আদুৰ গোপালকৃষ্ণন
|
ত্ৰিবান্দ্ৰম
|
চলচ্চিত্ৰ নিৰ্মাতা
|
কলা আৰু সংস্কৃতি
|
[4]
|
২০০১
|
তেজ পি সিং
|
নতুন দিল্লী
|
জৈৱপদাৰ্থবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[4]
|
২০০২
|
সমীৰ ভট্টাচাৰ্য
|
পশ্চিমবংগ
|
জৈৱপ্ৰদ্যোগীবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[2][3]
|
২০০১
|
মহাৰাজ কুমাৰী বিনোদিনী দেৱী
|
মণিপুৰ
|
মণিপুৰী লেখক
|
কলা আৰু সংস্কৃতি
|
[2][3]
|
২০০৩
|
প্ৰণৱ ৰয়
|
পশ্চিমবংগ
|
Psephologist
|
কলা আৰু সংস্কৃতি
|
[3]
|
২০০৩
|
জিতেন্দ্ৰনাথ গোস্বামী
|
অসম
|
ব্ৰহ্মাণ্ডবিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[2][3]
|
২০০৩
|
জাহ্নু বৰুৱা
|
অসম
|
চলচ্চিত্ৰ নিৰ্মাতা
|
কলা আৰু সংস্কৃতি
|
[2][3]
|
২০০৪
|
ধ্ৰুৱজ্যোতি মুখোপাধ্যায়
|
পশ্চিমবংগ
|
ভূতত্ত্ববিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[5]
|
২০০৪
|
নৱনীতা দেৱ সেন
|
পশ্চিমবংগ
|
লেখিকা
|
কলা আৰু সংস্কৃতি
|
[5]
|
২০০৫
|
জয়ন্তী চুতীয়া
|
অসম
|
পদাৰ্থবিদ
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
|
২০০৫
|
কনকসেন ডেকা
|
অসম
|
অসমীয়া লেখক
|
কলা আৰু সংস্কৃতি
|
|
২০০৬
|
ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই
|
অসম
|
মুখ্য প্ৰযুক্তি বিষয়া, CENS, পুণে
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[1][3]
|
২০০৬
|
হেমন্ত মিশ্ৰ
|
নেপাল
|
শিল্পী
|
কলা আৰু সংস্কৃতি
|
[1][3]
|
২০০৭
|
মাছুদ চিদ্দিকি
|
কলকাতা
|
সঞ্চালক প্ৰধান, কেঞ্চাৰ ফাউণ্ডেছন অৱ ইণ্ডিয়া, কলকাতা
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[1][3]
|
২০০৭
|
অবিৰাম শ্যাম শৰ্মা
|
মণিপুৰ
|
চলচ্চিত্ৰ নিৰ্মাতা
|
কলা আৰু সংস্কৃতি
|
[1][3]
|
২০০৮
|
ভূপেন্দ্ৰ নাথ গোস্বামী
|
পুণে
|
সঞ্চালক, IITM, পুণে
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[1][3]
|
২০০৮
|
ৰমা কান্ত নাথ
|
উৰিষ্যা
|
কবি ভূতপূৰ্ব সভাপতি, সাহিত্য অকাডেমি
|
কলা আৰু সংস্কৃতি
|
[1][3]
|
২০০৯
|
ৰোদ্দম নৰসিম্হা
|
কৰ্ণাটক
|
মহাকাশ বিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[6]
|
২০০৯
|
পাৰবীন চুলতানা খান
|
অসম
|
গায়িকা
|
কলা আৰু সংস্কৃতি
|
[6]
|
২০১০
|
অমৰেশ দত্ত
|
অসম
|
|
কলা আৰু সংস্কৃতি
|
[7]
|
২০১০
|
ৰমেশ চন্দ্ৰ ডেকা
|
অসম
|
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[4][8]
|
২০১১
|
হেইছনাম কানহাইলাল
|
মণিপুৰ
|
নাট্যশিল্পী
|
কলা আৰু সংস্কৃতি
|
|
২০১১
|
কৃষ্ণ যোশী
|
উত্তৰাখণ্ড
|
পদাৰ্থ বিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[9]
|
২০১২
|
ধীৰাজ বৰা
|
গান্ধী নগৰ
|
পদাৰ্থ বিজ্ঞানী
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
[10]
|
২০১২
|
ঐচৰ্য্য পি. কোঁৱৰ
|
অসম
|
চিত্ৰশিল্পী
|
কলা আৰু সংস্কৃতি
|
[10]
|
২০১২
|
পুষ্পা ভূঞা
|
অসম
|
শাস্ত্ৰীয় নৃত্য
|
কলা আৰু সংস্কৃতি
|
[10]
|
অতিৰিক্ত তথ্য
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Staff Reporter (19 April 2009). "Kamal Kumari awards announced". The Assam Tribune. Archived from the original on 19 February 2012. https://web.archive.org/web/20120219170058/http://www.assamtribune.com/scripts/details.asp?id=apr2009%2Fat02। আহৰণ কৰা হৈছে: 31 December 2009.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Kamal Kumari awards presented". The Assam Tribune. June 29, 2009. Archived from the original on February 19, 2012. https://web.archive.org/web/20120219170106/http://www.assamtribune.com/scripts/details.asp?id=jun2909%2Fat04। আহৰণ কৰা হৈছে: August 25, 2012.
- ↑ 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 3.13 3.14 3.15 3.16 3.17 3.18 3.19 3.20 3.21 3.22 3.23 3.24 3.25 Hueiyen News Service (20 April 2009). "Syam Sharma selected for Kamal Kumari Award". প্ৰকাশক New Delhi: e-pao.net. http://www.e-pao.net/GP.asp?src=25..210409.apr09। আহৰণ কৰা হৈছে: 31 December 2009.
- ↑ 4.0 4.1 4.2 4.3 4.4 UNI (21 Sep 2002). "Bhabendra Nath, Adoor win Kamal Kumari awards". প্ৰকাশক Guwahati: Dailyexcelsior.com. http://www.dailyexcelsior.com/02sep22/national.htm#9। আহৰণ কৰা হৈছে: 31 December 2009.
- ↑ 5.0 5.1 "Kamal Kumari National Awards Presented". প্ৰকাশক Guwahati: High beam. (2 April 2006). Archived from the original on 2 November 2012. https://web.archive.org/web/20121102083112/http://www.highbeam.com/doc/1P3-1014170351.html। আহৰণ কৰা হৈছে: 31 December 2009.
- ↑ 6.0 6.1 [www.assamtribune.com/scripts/detailsnew.asp?id=nov1110/at096 "Kamal Kumari awards presented"]. The Assam Tribune. November 11, 2010. www.assamtribune.com/scripts/detailsnew.asp?id=nov1110/at096। আহৰণ কৰা হৈছে: August 25, 2012.
- ↑ "Kamal Kumari awards presented". The Assam Tribune. Jan 9. 2012. Archived from the original on September 23, 2015. https://web.archive.org/web/20150923185530/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan0912/at05। আহৰণ কৰা হৈছে: August 25, 2012.
- ↑ "AIIMS Director falicitated with Kamal Kumari National Award". MSN. January 12, 2012. Archived from the original on January 4, 2013. https://archive.today/20130104014703/http://news.in.msn.com/national/article.aspx?cp-documentid=5747894। আহৰণ কৰা হৈছে: August 25, 2012.
- ↑ 25 November, 2012. "Kamal Kumari awards presented". The Assam Tribune. Archived from the original on 25 December 2016. https://web.archive.org/web/20161225145603/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2512/at05। আহৰণ কৰা হৈছে: 27 February 2016.
- ↑ 10.0 10.1 10.2 "Kamal Kumari National Awards to Puspa Bhuyan". The Eastern Today. February 10, 2016. http://eastern-today.com/entries/blog/-kamal-kumari-national-awards-to-puspa-bhuyan.
বাহ্যিক সংযোগ