হাজৰিকা

হাজৰিকা বা ৰুৰিঙ (ইংৰাজী: Hazarika) হৈছে আহোম ৰাজ্যআহোম সেনাবাহিনীপাইক কৰ্মচাৰী[1]। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি

আহোম ৰজাই এই উপাধি প্ৰদান কৰিছিল। আহোম ৰজাৰ ৰাজত্ব কালত সামৰিক বাহিনীত পাইক প্ৰথা সৃষ্টি কৰি কিছুমান বিষয়াৰ পদৰ সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ উত্তৰসুৰী সকলে এই পদসমূহৰ লগত জড়িত উপাধি সমূহ ব্যৱহাৰ কৰাটো অসমীয়া সমাজত প্ৰচলিত। আহোম সকলৰ দিনত, এহাজাৰ জন সৈন্য পৰিচালনা কৰা বিষয়াজনক হাজৰিকা উপাধি দিয়া হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ

এই উপাধিটো বৰ্তমান অসমৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলে ব্যৱহাৰ কৰে। হাজৰিকা উপাধিটো কায়স্থ/ক্ষেত্ৰীয় জাতিৰ অন্তৰ্গত। সাম্প্ৰতিক কালত, অসমত ইয়াক কলিতা জাতি বুলি জনা যায়।

হাজৰিকা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি

লগতে চাওক

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia