ফুকন

ফুকন বা ফু-কন (আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫, ইংৰাজী ভাষা:Phu Kan ) আছিল আহোম ৰাজ্যআহোম সেনাবাহিনীপাইক কৰ্মচাৰী[1] ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুণ সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

প্ৰকাৰ

ফুকন সমুহ ১৭ প্ৰকাৰৰ আছিল, সেয়া হ'ল:

  1. ফু-কন খাৰি
  2. ফু-কন খু আঙ
  3. ফু-কন খে'
  4. ফু-কন টোণ ৰুং দাম
  5. ফু-কন ফা কুট
  6. ফু-কন ফু ছন ঙীন
  7. ফু-কন বাও
  8. ফু-কন বাই লুং
  9. ফু-কন মাও
  10. ফু-কন মা মু
  11. ফু-কন ম ছাই
  12. ফু-কন যাম চু
  13. ফু-কন ৰু
  14. ফু-কন ৰাই ডাঙ
  15. ফু-কন লুঙ
  16. ফু-কন ছি ৰিঙ
  17. ফু-কন দ'য় [2]

লেখত লবলগীয়া ফুকনসকল

  • আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
  • অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
  • বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
  • মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
  • মিত্ৰা ফুকন, ইংৰাজী লেখিকা
  • নীলমণি ফুকন ( ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। জ্ঞানপীঠ বঁটা বিজয়ী।

লগতে চাওক

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia