শ্ৰেণী:ইছলাম ধৰ্ম

ইছলাম (ইংৰাজী ভাষাpron.: /ˈɪzlɑːm/ আৰবী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী ধৰ্ম। "ইছলাম" শব্দৰ অৰ্থ- "আত্মসমৰ্পণ", শান্তি বা একক স্ৰষ্টাৰ নিকট নিজক সমৰ্পন কৰা। খৃষ্টীয় সম্তম শতিকাত আৰবৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদে (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলিম বা মুছলমান বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু তেখেতৰ কতৃৰ্ত মুহাম্মাদ(ছাঃ)ৰ নিকট প্ৰেৰিত বুলি মুছলিমসকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ(ছাঃ) শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশত কাম আৰু শিক্ষাৰ ভিত্তিত কোৰআনক ব্যাখ্যা কৰা হয়।

এই শ্ৰেণীটোত ইছলাম ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia