মিচিং ভাষা
মিচিং ভাষা (Mising) বা ভৈয়ামৰ মিৰি বা তাকাম এক চীনা-তিব্বতীয় টানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং (Mising Agom Kébang) মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2] ভৌগোলিক বিতৰণমিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে: মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
তথ্য সংগ্ৰহ
|