পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম[1]। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[1] জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ।
গীতকেইটিৰ মূল কণ্ঠশিল্পী জুবিন গাৰ্গ, সহযোগী শিল্পী মন্দাকিনী আৰু প্ৰণিতা।[2] জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল।[3] মুক্তিৰ লগে লগেই এলবামটি জনপ্ৰিয় হয় আৰু গীতকেইটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| | | সংগীত পৰিচালনা |
|
---|
| চলচ্চিত্ৰ পৰিচালনা | |
---|
| অভিনীত চলচ্চিত্ৰ | |
---|
| |
|