দক্ষিণ আমেৰিকা |
মাটিকালি |
17,840,000 km2
(6,890,000 sq mi) |
---|
জনসংখ্যা |
385,742,554 (2008, পঞ্চম) |
---|
জনঘনত্ব |
21.4 per km2 (56.0 per sq mi) |
---|
বাসিন্দা |
দক্ষিণ আমেৰিকান, আমেৰিকান[1] |
---|
দেশসমূহ |
12 (তালিকা) |
---|
অধীনস্থ অঞ্চলসমূহ |
3 |
---|
ভাষাসমূহ |
স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি |
---|
সময় অঞ্চলসমূহ |
UTC-2 ৰ পৰা UTC-5 লৈ |
---|
বৃহত্তম নগৰসমূহ |
- চাও পাওলো
- বুয়েনোচ আইৰেচ
- ৰিয়ো দি জেনেৰিয়ো
- লিমা
- বাগোতা
- চেণ্টিয়াগো
- বেলো হৰিজণ্টে
- পৰ্টো এলেগ্ৰা
- ব্ৰাজিলিয়া
- গুয়াকুইল
- মেডেলিন
- কাৰাকাচ
|
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি।
উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।
ৰাষ্ট্ৰসমূহ
দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:
দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:
নগৰসমূহ
জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:
- চাও পাওলো (ব্ৰাজিল)
- বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
- ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
- লিমা (পেৰু)
- বাগোতা (কলম্বিয়া)
- চেণ্টিয়াগো (চিলি)
- বেলো হৰিজণ্টে (ব্ৰাজিল)
- পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
- ব্ৰাজিলিয়া (ব্ৰাজিল)
- গুয়াকুইল (ইকুৱাডৰ)
- মেডেলিন (কলম্বিয়া)
- কাৰাকাচ (ভেনিজুৱেলা)
-
চাও পাওলো
-
বুয়েনোচ আইৰেচ
-
ৰিয়ো দি জেনেৰিয়ো
-
লিমা
-
বাগোতা
-
চেণ্টিয়াগো
-
বেলো হৰিজণ্টে
-
পৰ্টো এলেগ্ৰা
-
ব্ৰাজিলিয়া
-
গুয়াকুইল
-
মেডেলিন
-
কাৰাকাচ
তথ্যসূত্ৰ
বহিঃসংযোগ