জঁ-জাক ৰুছ’ Rousseau by Maurice Quentin de La Tour, 1753 মৰিছ কেঁতাঁ দ্য লা তুৰৰ অঁকা ৰুছ'ৰ প্ৰতিকৃতি, ১৭৫৩ | সম্পূৰ্ণ নাম |
জঁ-জাক ৰুছ’ |
---|
জন্ম |
২৮ জুন, ১৭১২ জেনেভা, জেনেভা প্ৰজাতন্ত্ৰ |
---|
মৃত্যু |
২ জুলাই, ১৭৭৮ (৬৬ বছৰ) Ermenonville, Kingdom of France |
---|
যুগ |
18th-century philosophy (early modern philosophy) |
---|
অঞ্চল |
পশ্চিমা দৰ্শন |
---|
ধাৰা |
সামাজিক চুক্তি ৰোমাণ্টিচিজম |
---|
আগ্ৰহ |
ৰাজনৈতিক দৰ্শন, সংগীত, শিক্ষা, সাহিত্য, আত্মজীৱনী |
---|
উল্লেখযোগ্য কৰ্ম |
General will, amour de soi, amour-propre, moral simplicity of humanity, child-centered learning, civil religion, popular sovereignty, positive liberty, public opinion |
---|
|
- কাণ্ট, ফৰাচী বিপ্লৱ, আমেৰিকান বিপ্লৱ, Robespierre, Saint-Just, Counter-Enlightenment, Romanticism, Hume, Paine, Smith, Wollstonecraft, Hegel, Proudhon, Marx, Engels, Derrida, de Sade, Strauss, Montessori, Goethe, Tolstoy, Dewey, Kitsikis, Madame de Stael, Schopenhauer, Fichte, Rawls
| স্বাক্ষৰ |
|
জঁ-জাক ৰুছ’ (ফৰাচী: Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে ইউৰোপলৈ আলোকায়ন প্ৰক্ৰিয়াক প্ৰভাবিত কৰিছে আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।
|