স্থানাংক: 1°26′24″S 15°33′22″E / 1.44°S 15.556°E / -1.44; 15.556
ৰিপাব্লিক অফ দ্য কঙ্গো |
|
নীতিবাক্য "Unité, Travail, Progrès" (French) (ইংৰাজী: "Unity, Work, Progress") (অসমীয়া: "একতা, কাৰ্য, প্ৰগতি") |
ৰাষ্ট্ৰীয় সঙ্গীত La Congolaise (French) Besi Kôngo (Kongo) (ইংৰাজী: "The Congolese")
|
[[Image:Show globe Show map of Africa |250px |center |কঙ্গো গণৰাজ্য-ৰ অৱস্থান]]
|
ৰাজধানী (আৰু বৃহত্তম নগৰ)
| Brazzaville
|
ৰাষ্ট্ৰভাষা (সমূহ) |
ফৰাচী |
স্বীকৃত ৰাষ্ট্ৰীয় ভাষাসমূহ |
[1] |
জনগোষ্ঠীসমূহ |
|
জাতীয়তাসূচক বিশেষণ |
Congolese |
চৰকাৰ |
Unitary dominant-party semi-presidential republic |
- |
President |
Denis Sassou Nguesso |
- |
Prime Minister |
Anatole Collinet Makosso |
Independence |
---|
- |
Republic established |
28 November 1958 |
- |
from France |
15 August 1960 |
মাটিকালি |
- |
মুঠ |
৩,৪২,০০০ বৰ্গ কিমি (64th) ১,৩২,০৪৭ বৰ্গ মাইল |
- |
জলভাগ (%) |
৩.৩ (১১,২৮৬ বৰ্গ কিমি) |
জনসংখ্যা |
- |
2021 আনুমানিক |
৫৬,৫৭,০০০ (১১৪th) |
জিডিপি (পিপিপি) |
2022 আনুমানিক |
- |
মুঠ |
$25.897 billion |
- |
জনমুৰি |
$4,578[2] |
জিডিপি (নামমাত্ৰ) |
2022 আনুমানিক |
- |
মুঠ |
$18.345 billion |
- |
জনমুৰি |
$3,243[2] |
জিনি সহগ? (2011) |
40.2 |
মানৱ উন্নয়ন সূচক (2019) |
0.574 (149th) |
মুদ্ৰা |
Central African CFA franc (XAF ) |
সময় অঞ্চল |
WAT (ইউটিচি+1) |
তাৰিখ বিন্যাস |
dd/mm/yyyy |
গাড়ী চলোৱা হয় |
right |
ইণ্টাৰনেট টিএলডি |
.cg |
কলিং ক'ড |
++242 |
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে, আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণ-পশ্চিমত অৱস্থিত। দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ উপনিবেশ হৈ থকা ফৰাচী হৈছে কঙ্গো গণৰাজ্যৰ চৰকাৰী ভাষা।
তথ্য সংগ্ৰহ