ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ লিটাৰেছাৰ

ৱিকিডাটা

@অজয় দাস, ৱিকিডাটাৰ যোগেদি কোনোবাই যদি "ৱিকি লাভ্‌ছ লিটাৰেছাৰ" প্ৰতিযোগিতাত যোগদান কৰিব বিচাৰে, ৱিকিডাটাৰ বাবে যিবোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে, সেই নিয়মবোৰ অনুসৰণ কৰি প্ৰতিযোগিতাত যোগদান কৰাটো সম্ভৱ হ'ব জানো? বৈশ্বিক পৰ্যায়ত ৱিকিডাটাৰ প্ৰতিযোগিতা মাজেমাজে হৈ থাকে। তাত কিন্তু এনে ধৰণৰ নিয়ম নিৰ্ধাৰণ কৰা নহয়। বাবুল বৈশ্য (বাৰ্তা) 15:58, 5 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ফলাফল

ৱিকিউৎস

ৰাইজৰ চ'ৰাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি ৫টা পৃষ্ঠাৰ মুদ্ৰণ সংশোধন আৰু ৫টা পৃষ্ঠা বৈধকৰণৰ বাবে ১ নম্বৰকৈ ধাৰ্য কৰা হৈছে আৰু সেই মৰ্মে নিম্নোক্ত প্ৰতিযোগীসকলৰ স্থান নিৰ্ণয় কৰা হৈছে৷

প্ৰতিযোগীৰ নাম মুদ্ৰণ সংশোধন কৰা মুঠ পৃষ্ঠা বৈধকৰণ কৰা মুঠ পৃষ্ঠা প্ৰাপ্ত নম্বৰ
অনামিকা বৰুৱা ১৯৯
প্ৰাণজ্যোতি নাথ ৩১৪
কুলধৰ ৰাভা ২৯
পল্লৱী দত্ত বৰুৱা ১৬৯
বিশ্বজিত্‍ বৈশ্য ২৩
অনামিকা বড়া
ৰুমী বৰা ২৮০

ৱিকিকমন্স

কমন্সত আপলোড কৰা এখন ফটোৰ বাবে ১ পইণ্ট ধাৰ্য কৰা হৈছে৷

প্ৰতিযোগীৰ নাম আপলোড কৰা মিডিয়াৰ সংখ্যা গ্ৰহণযোগ্য প্ৰাপ্ত নম্বৰ
অনামিকা বড়া
ঈশান জ্যোতি বৰা
নয়নজ্যোতি শৰ্মা

ৱিকিতথ্য

ৱিকিডাটাৰে কেৱল সংযোগ কৰাৰ বিপৰীতে নূন্যতম তিনিটা মুখ্য ভাষাত সঠিক বৰ্ণনা, ফটো আদি সংযোগেৰে নতুনকৈ সৃষ্টি কৰা ৱিকিডাটাৰ ক্ষেত্ৰতহে গ্ৰহণযোগ্য হ'ব।

প্ৰতিযোগীৰ নাম সম্পাদনা/সংযোজন কৰা বিষয়ৰ সংখ্যা গ্ৰহণযোগ্য প্ৰাপ্ত নম্বৰ
কুলধৰ ৰাভা

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia