ৱিকিপিডিয়া বাৰ্তা:আপল’ড

নতুন আপল’ড প্ৰক্ৰিয়া

খেলিমেলি দূৰ হৈছে| আৰু কিবা আসোঁৱাহ পালে জনাবা| বাকীখিনি সোনকালে অনুবাদ কৰিলে ভাল হয় লগতে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:58, 15 অক্টোবৰ 2012 (UTC)

"আপল'ড চলি আছে"ৰ পাছত "ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল" বাৰ্তাটো দেখোৱা নাই| ফাইলটো কিন্তু সংফলভাৱেই আপলোড হয়| আৰু চাব লাগিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:58, 15 অক্টোবৰ 2012 (UTC)
সমস্যাটো ধৰা পৰিল| মূল স্ক্ৰীপ্তখনতে সমস্যা আছে| ইংৰাজী ৱিকিতো আপল’ড প্ৰ্ৰক্ৰিয়াটিত একেই সমস্যা চলি আছে| তাত ঠিক হ’লে ইয়াতো হ’ব লাগে| অপেক্ষা কৰা নাইবা পূৰ্বৰ প্ৰক্ৰিয়াটোকেই বাহাল ৰখাৰ বাদে অন্য উপায় নাই.... বিষ্ণু শইকীয়া 15:37, 19 অক্টোবৰ 2012 (UTC)
বাৰ্তাটোহে অহা নাই? বাকীতো ঠিকেই আছে? — গীতাৰ্থ বৰদলৈ (talk) 17:34, 19 অক্টোবৰ 2012 (UTC)
অ’ | দেখাত আছে| এবাৰ চাবা তুমিও| বিষ্ণু শইকীয়া 17:46, 19 অক্টোবৰ 2012 (UTC)

লগতে চাওক

  • ৰাইজৰ চ'ৰাত আপল’ড সংক্ৰান্তীয় আলোচনা আৰু সিদ্ধান্তসমূহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia