ৱিকিপিডিয়া:আপল’ডফাইল আপল'ড প্ৰক্ৰিয়ালৈ আদৰণি জনাইছোঁ। এই পৃষ্ঠাখন ৱিকিপিডিয়াত কোনো চিত্ৰ বা আন মিডিয়া ফাইল আপল'ড কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি তলৰ "আৰম্ভ কৰক" লিংকটোত ক্লিক কৰিলে ই আপোনাক এখন প্ৰপত্ৰলৈ লৈ যাব য'ত আপোনাক প্ৰতিটো ফাইলৰ কপিৰাইট আৰু উৎস তথ্য সম্পৰ্কে প্ৰশ্ন কৰা হ'ব।
আপুনি লগ্ ইন কৰা নাই। ক্ষমা কৰিব, এই আপল'ড প্ৰপত্ৰ ব্যৱহাৰ কৰি ফাইল আপল'ড কৰিবলৈ আপুনি আপোনাৰ একাউণ্টৰ জৰিয়তে প্ৰৱেশ কৰিব লাগিব। অনুগ্ৰহ কৰি লগ্ ইন কৰক আৰু পুনৰ চেষ্টা কৰক। আপোনাৰ একাউণ্টটো এতিয়াও নিশ্চিত কৰা হোৱা নাই। ক্ষমা কৰিব, অসমীয়া ৱিকিপিডিয়াত ফাইল আপল'ড কৰিবলৈ আপোনাৰ এটা নিশ্চিত একাউণ্ট থাকিব লাগিব। সাধাৰণতে আপুনি ১০টা সম্পাদনা কৰাৰ পিছত আৰু সৃষ্টিৰ চাৰি দিন পিছত একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয়। আপুনি হয়তো ৱিকিমিডিয়া কমন্সত ফাইল আপল'ড কৰিব পাৰিব, কিন্তু অসমীয়া ৱিকিপিডিয়াত এতিয়াই কৰিব নোৱাৰিব। কিন্তু আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰিয়েই কমন্সত ফাইল আপল'ড কৰিব পাৰিব। যদি আপুনি স্বয়ংনিশ্চিত হোৱালৈ অপেক্ষা কৰিব খোজা নাই, তেন্তে আপুনি আন কাৰোবাক আপোনাৰ হৈ ৱিকিপিডিয়া:আপল'ড কৰিবলগীয়া ফাইলত ফাইলটো আপল'ড কৰিবলৈ ক'ব পাৰে। বা আপুনি এজন প্ৰশাসকক ৱিকিপিডিয়া:Requests for permissions/Confirmedত আপোনাৰ একাউণ্টটো মেনুৱেলী নিশ্চিত কৰিবলৈ অনুৰোধ জনাব পাৰে। প্ৰথম ঢাপ: আপোনাৰ ফাইল বাছনি কৰক
দ্বিতীয় ঢাপ: আপোনাৰ ফাইলৰ চমু বৰ্ণনা দিয়ক
ক্ষমা কৰিব, কাৰিকৰী কাৰণত ফাইলনামত কেইটামান বিশেষ চিহ্ন আৰু আৰু চিহ্নৰ সংযোজন কৰিব নোৱাৰি। সেইকেইটা হৈছে # < > [ ] | : { } আৰু ~~~। এইবোৰ আঁতৰাবলৈ আপোনাৰ ফাইলনামটো সংশোধন কৰা হৈছে। নামটো শুদ্ধ হৈছেনে অনুগ্ৰহ কৰি চাওক। আপুনি বাছনি কৰা ফাইলনামটো বৰ চুটি, বা নিৰ্দিষ্ট নহয়। অনুগ্ৰহ কৰি তলত দিয়া ধৰণৰ ফাইলনাম নিলিখিব:
এই নামৰ এটা ফাইল কমন্সত আছেই! আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো ঢাক খাব আৰু সেইটো বিচাৰি পোৱা নাযাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব। অতি বিশেষ কাৰণ নাথাকিলে এনে কৰিব নালাগে। আপুনি কি কৰি আছে সঠিককৈ নাজানিলে এই নামত ফাইলটো আপল'ড নকৰিব। অনুগ্ৰহ কৰি আপোনাৰ নতুন ফাইলটোৰ বাবে আন নাম এটা বাছনি কৰক। যদি আপুনি ইতিমধ্যে থকা ফাইলটো এটা অবিতৰ্কিত, সংশোধিত ভাৰ্চনেৰে সলাবলৈ বিচাৰিছে, অনুগ্ৰহ কৰি সেইটো কমন্সলৈ গৈ আপল'ড কৰক। অসমীয়া ৱিকিপিডিয়াত সেইটো আপল'ড নকৰিব।এই নামৰ ফাইল ইতিমধ্যে আছেই। আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো মচা যাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব। অনুগ্ৰহ কৰি এটা ভাল কাৰণ নাথাকিলে এনে নকৰিব:
তৃতীয় ঢাপ: উৎস আৰু কপিৰাইট তথ্য দিয়কতলত দিয়া বিকল্প আৰু প্ৰশ্নসমূহ আপুনি পঢ়াটো, আৰু সকলো তথ্য সঠিককৈ আৰু সাৱধানেৰে দিয়াটো অতি প্ৰয়োজনীয়।
প্ৰাক্দৰ্শনআপল'ডৰ বাবে এই তথ্যখিনি জমা দিয়া হ'ব:
আপল'ড প্ৰক্ৰিয়া চলি আছেআপোনাৰ ফাইলটো আপল'ড হৈ আছে। ফাইলৰ আকাৰ আৰু আপোনাৰ ইণ্টাৰনেট সংযোগৰ ওপৰত নিৰ্ভৰ কৰি এই কামটোত অলপ সময় লাগিব পাৰে। আপল'ড হৈ যোৱাৰ পিছত আপোনাৰ ফাইলটো এই লিংকত পাব: ফাইলটো সফলতাৰে আপল'ড কৰা হ'লআপোনাৰ ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল আৰু সেইটো ইয়াত পাব: অনুগ্ৰহ কৰি লিংকটো খোলক আৰু চিত্ৰ বিৱৰণ পৃষ্ঠাত আপুনি অন্তৰ্ভুক্ত কৰিব খোজা সকলো তথ্য আছেনে নাই পৰীক্ষা কৰক। যদি আপুনি বৰ্ণনাখিনি সলাবলৈ বিচাৰিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰৰ "সম্পাদনা" টেব্টোত ক্লিক কৰক আৰু আন পৃষ্ঠাত কৰাৰ দৰেই সম্পাদনা কৰক। আপল'ড কৰা ফাইলটো নতুন সংস্কৰণ এটাৰে সলাবলৈ নিবিচাৰিলে এই আপল'ড প্ৰপত্ৰ দুনাই পূৰণ নকৰিব। ফাইলটো এটা প্ৰবন্ধত অন্তৰ্ভুক্ত কৰিব খুজিলে তলত দেখুওৱাৰ দৰে সংকেত ব্যৱহাৰ কৰক: [[File:Example.jpg|thumb|right|ইয়াত এটা শিৰোনাম লিখক]]
যদি আপুনি ছবিখন নেদেখুৱাকৈ পাঠ্যত ফাইলটোৰ এটা লিংক দিব খুজিছে (যেনে- ছবিখনৰ বিষয়ে আলোচনা পৃষ্ঠাত কথা পাতোঁতে), আপুনি তলত দিয়াৰ দৰে সংকেত ব্যৱহাৰ কৰিব পাৰে (আৰম্ভণিৰ বন্ধনীৰ পিছত ":" মন কৰিব!): [[:File:Example.jpg]]
ছবিৰ অন্তৰ্ভুক্তি আৰু স্থান ঠিক কৰাৰ বিষয়ে অধিক জানিবলৈ সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব চাওক। পৰীক্ষামূলক ফাইল আপল'ড বিশেষজ্ঞ ব্যৱহাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ।
|
Portal di Ensiklopedia Dunia