৬ ফেব্ৰুৱাৰী - তুৰস্ক-ছিৰিয়াত হোৱা ৭.৮ প্ৰাৱল্যৰ ভূমিকম্পত কমপক্ষেও ৫০,০০০ মানুহৰ মৃত্যু হয়, ১২২,০০০ৰ বেছি মানুহ আহত হয়।[10][11]
২ জুন - ভাৰতৰওড়িশাত হোৱা ৰে'ল দুৰ্ঘটনাত কমেও ২৯৪জন নিহত আৰু ১১৭৫জন মানুহ আহত হয়।
১০ ছেপ্টেম্বৰ - লিবিয়াত হোৱা ঘূৰ্ণিবায়ুৰ ফলত কমেও ৫০০০ মানুহৰ মৃত্যু হয়। লিবিয়ান কৰ্তৃপক্ষই ১০,০০০ৰ পৰা ১০০,০০০জন সন্ধানহীন হোৱাৰ কথা ঘোষণা কৰে।[12]
৬ নৱেম্বৰ - ইজৰাইল-হামাচৰ যুদ্ধত গাজাত নিহতৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰে।[13]