ৰং (দূৰদৰ্শন কেন্দ্ৰ)

ৰং
উদ্বোধন ১ অক্টোবৰ, ২০০৯
গৰাকী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড
শ্ল'গান ৰং জীৱনৰ
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ নিউজ লাইভ
ৰামধেনু
নৰ্থ ইষ্ট লাইভ
ইন্দ্ৰধনু
ৱেবছাইট www.rangtv.org
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬২৫
ডিচ টিভি (ভাৰত) চেনেল ১৫০৯
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) চেনেল ৭৮৫
টাটা স্কাই (ভাৰত) চেনেল ১৯৫২
ভিডিঅ'কন ডিটুএইচ (ভাৰত) চেনেল ৭৭১

ৰং (ইংৰাজী: Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড[1]। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।

বৰ্তমানৰ অনুষ্ঠান

নাম শৈলী আৰম্ভ
ফুট গধূলি নাটক ২০২3
বৃষ্টি নাটক ২০২4
মেঘামল্লাৰ নাটক ৮ নৱেম্বৰ ২০২3
পুৱতি তৰা নাটক ২০২4

অন্যান্য

  • উপাসনা

পূৰ্বৰ অনুষ্ঠান

হাস্য-ব্যঙ্গ চিৰিজ

  • ঐ খাপলা
  • কচুগুটি
  • নিঙনি ভাওৰাৰ কথা
  • ফেনখোৱা
  • বাঃ অমৰাৱতী বাঃ
  • বৰলা কাই
  • ভাড়াঘৰ

নাটক চিৰিজ

  • অনুৰাধা
  • অৰ্ধাংগিনী
  • অগ্নি
  • আবেলিৰ ৰামধেনু
  • নূপুৰ
  • নেদেখা নদীৰ ঘাট
  • বিন্দাচ
  • শাহু বোৱাৰী
  • এফ. আই. আৰ.
  • জোনাকী কাৰেং
  • দামিনী
  • প্ৰতিজ্ঞা
  • অধিকাৰ
  • ৰঙ জীৱনৰ
  • শুকুলা মেঘৰ ছাঁ
  • অনুৰাগ তোমাৰ বাবে
  • সংযোগ
  • জোনাকৰ বৰষুণ
  • ভৈৰৱী
  • মেঘৰঞ্জনী
  • উমাল বুকুৰ হেজাৰ কাহিনী
  • হেঁপাহৰ ঘৰ
  • ৰ'দালি
  • তুমি দুচকুতে কাজল ল'লে
  • আকাশ-এটি মিঠা নাম
  • পাতাল ভৈৰৱী
  • ৰাগিনী
  • লগন
  • পিতা পুত্ৰ
  • বৈদেহী
  • আহিনৰ আবেলি
  • নন্দিনী
  • কাঞ্চন
  • বৰষা যেতিয়া নামে
  • দৈৱকী
  • সৰাপাত

ৰোমাঞ্চক

  • এফ. আই. আৰ.

ৰিয়েলিটী শ্ব'

  • স্কুলৱিজ
  • মই অসম দেশৰ ছোৱালী
  • কিচমে কিতনা হে দম
  • সংগীতৰ মহাৰণ
  • ঝংকাৰ

কথা-বতৰাৰ অনুষ্ঠান

  • মিউজিকেল কাউচ্চ
  • আঁৰে আঁৰে কিছু কথা
  • জোনাকী বাটেৰে

অন্যান্য

  • ৫ পৰিচালকৰ ৫ ছবি
  • ভাওনা
  • পাকঘৰ
  • দা ফুড বে
  • প্ৰথম ৰেঙনি
  • মোহিনি
  • মাধূৰিমা
  • পেজ ৩

আহি আছে

২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

তথ্য সংগ্ৰহ

  1. "ৰঙ". Rang TV. ২০১২. http://www.rangtv.org/। আহৰণ কৰা হৈছে: September 29, 2012. 

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia