স্থিত বৰ্মা

বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

স্থিত বৰ্মা (ইংৰাজী: Sthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ৰজা আছিল। এওঁ চন্দ্ৰমুখা বৰ্মা আৰু ভগাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৬৬ খ্ৰীষ্টাব্দৰ পৰা ৫৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ নয়নাদেৱীক বিয়া কৰাইছিল। তেওঁৰ পিছত সুষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

লগতে পঢ়ক

  • Vasu, Nagendranath, The Social History of Kamarupa 
  • Tripathi, Chandra Dhar, Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions, Indian Institute of Advanced Study 
  • Wilt, Verne David, Kamarupa 
  • Gorakhpuri, Raghupatisahaya, Kamarupa 
  • Majumdar, Ramesh Chandra, Ancient India 
  • Kapoor, Subodh, Encyclopaedia of ancient Indian geography 
  • Sen, Sailendra Nath, Ancient Indian History and Civilization 
  • Kapoor, Subodh, The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific 
  • Sarkar, Ichhimuddin, Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam) 
  • Deka, Phani, The great Indian corridor in the east 
  • Pathak, Guptajit, Assam's history and its graphics 
  • Samiti, Kāmarūpa Anusandhāna, Readings in the history & culture of Assam 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia