যোগিন্দৰ সিং বেদী


অলিম্পিক পদক ৰেকৰ্ড
প্ৰতিনিধিত্ব কৰা দেশ  ভাৰত
পেৰালিম্পিক
ৰূপৰ পদক – দ্বিতীয় স্থান ১৯৮৪ ষ্টোক মেণ্ডেভিল শ্বট পুট এল৬
ব্ৰঞ্জৰ পদক – তৃতীয় স্থান ১৯৮৪ ষ্টোক মেণ্ডেভিল জেভলীন এফ৪৬
ব্ৰঞ্জৰ পদক – তৃতীয় স্থান ১৯৮৪ ষ্টোক মেণ্ডেভিল ডিচকাচ থ্ৰ' এফ৪৬

যোগিন্দৰ সিং বেদী (ইংৰাজী: Joginder Singh Bedi) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড পেৰালিম্পিক খেলুৱৈ।[1] তেওঁ ১৯৮৪ চনৰ ষ্টোক মেণ্ডেভিল গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তিনিটা পদক জিকিছিল।[2] তেওঁ লাভ কৰা পদককেইটা হৈছে: শ্বট পুট এল৬ শ্ৰেণীত ৰূপৰ পদক, জেভলীন এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক আৰু ডিচকাচ থ্ৰ' এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক।[3]

তথ্য উৎস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia