ভীমৰাও কেচৰকাৰ


অলিম্পিক পদক ৰেকৰ্ড
প্ৰতিনিধিত্ব কৰা দেশ  ভাৰত
পেৰালিম্পিক
ৰূপৰ পদক – দ্বিতীয় স্থান ১৯৮৪ ষ্টোক মেণ্ডেভিল জেভলীন এল৬

ভীমৰাও কেচৰকাৰ (ইংৰাজী: Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত[1] ৰূপৰ পদক অৰ্জন কৰিছিল। সেইবছৰৰ পেৰালিম্পিক সমাৰোহত কেচৰকাৰৰ ১টা পদক আৰু যোগিন্দৰ সিং বেদীৰ ৩টা পদকেৰে ভাৰতে মুঠ ৪টা পদক লাভ কৰিছিল[2] আৰু ৫৪খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ৩৭তম স্থানত আছিল।

তথ্য উৎস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia