মাইবং |
---|
নগৰ |
দেশ |
ভাৰত |
---|
ৰাজ্য |
অসম |
---|
জিলা |
ডিমা হাছাও জিলা |
---|
চৰকাৰ |
---|
• ধৰণ |
Dima Hasao Autonomous Territorial Council |
---|
কালি |
---|
• মুঠ |
10 km2 (4 sq mi) |
---|
উচ্চতা |
৩৫৫ মিটাৰ (১,১৬৫ ফুট) |
---|
জনসংখ্যা (2011) |
---|
• মুঠ |
20,664 |
---|
• ঘনত্ব |
2,100/km2 (5,400/sq mi) |
মাইবং (IPA: ˌmɑɪˈbɒŋg) (ইংৰাজী: Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷
ইতিহাস
মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷
ভৌগোলিক বিৱৰণ
মাইবং ভৌগোলিকভাৱে 25°18′N 93°10′E / 25.3°N 93.17°E / 25.3; 93.17ত অৱস্থিত৷[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷
মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
A momolith monument called "Ek Patthar Ghar" at Maibong, also popularly known as "Longthaini Noh"
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷[3] মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷
মাইবঙৰ মূল ধৰ্মাৱলম্বী লোকৰ সংখ্যা |
ধৰ্ম |
|
শতাংশ |
হিন্দু |
|
৯৯% |
মুছলমান |
|
০.৮% |
খ্ৰীষ্টান |
|
০.১% |
নাস্তিক |
|
০.১% |
যাতায়ত ব্যৱস্থা
ৰেলপথ
ৰে'লৰ নাম
|
ৰে'লৰ নম্বৰ
|
পৰা
|
লৈ
|
প্ৰত্যাৱৰ্ত্তন
|
গমন (Departure)
|
কাছাৰ এক্সপ্ৰেছ
|
১৫৬৯১
|
লামডিং
|
শিলচৰ
|
10:29 PM
|
10:39 PM
|
কাছাৰ এক্সপ্ৰেছ
|
১৫৬৯২
|
শিলচৰ
|
লামডিং
|
04:09
|
04:19
|
বৰাক ভেলী এক্সপ্ৰেছ
|
১৫৬৯৩
|
লামডিং
|
ধৰ্মনগৰ
|
06:48
|
06:58
|
বৰাক ভেলী এক্সপ্ৰেছ
|
১৫৬৯৪
|
ধৰ্মনগৰ
|
লামডিং
|
18:49
|
18:59
|
আগৰতলা এক্সপ্ৰেছ
|
১৫৬৯৫
|
লামডিং
|
আগৰতলা
|
23:34
|
23:44
|
আগৰতলা এক্সপ্ৰেছ.
|
১৫৬৯৬
|
আগৰতলা
|
লামডিং
|
07:46
|
07:56
|
হিল কুইন এক্সপ্ৰেছ
|
০৫৬৯৭
|
লামডিং
|
হাফলং
|
11:41
|
11:51
|
হিল কুইন এক্সপ্ৰেছ
|
০৫৬৯৮
|
হাফলং
|
লামডিং
|
15:10
|
15:20
|
শিক্ষা
মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়-
- মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়
- এভাৰ গ্ৰীণ উচ্চ মাধ্যমিক বিদ্যালয়
- প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়
- মাইবং উচ্চ মাধ্যমিক বিদ্যালয়
- চেইণ্ট জেভিয়াৰছ স্কুল
- কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়
- নেৰিং হিন্দী একাডেমী
- চেইঞ্জা ভেলী বিদ্যালয়
- মাইবং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়
মহাবিদ্যালয়-
ৰাজনীতি
উল্লেখযোগ্য ঠাই
- ৰাসবাৰী: কচাৰী ৰাজত্বৰ ধ্বংসাৱশেষ পোৱা যায়
- এক পথ্থৰ ঘৰ: পৌৰাণিক মন্দিৰ
- মাইবং জলপ্ৰপাত
উল্লেখযোগ্য ব্যক্তি
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Maibang[সংযোগবিহীন উৎস]
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
বাহ্যিক সংযোগ