ক্ৰমিক নং
|
লোকসভাৰ ক্ৰম
|
ছবি
|
প্ৰধানমন্ত্ৰীৰ নাম
|
জন্ম-মৃত্যু
|
সমষ্টি
|
কাৰ্যকাল
|
ৰাজনৈতিক দল
|
১
|
১৯৫২ (প্ৰথম লোকসভা)
|
|
জৱাহৰলাল নেহৰু[1]
|
জঃ ১৪ নৱেম্বৰ, ১৮৮৯ মৃঃ ২৭ মে, ১৯৬৪
|
ফুলপুৰ
|
১৫ আগষ্ট, ১৯৪৭ৰ পৰা ২৭ মে, ১৯৬৪ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
২
|
১৯৫৭ (দ্বিতীয় লোকসভা)
|
জৱাহৰলাল নেহৰু
|
ফুলপুৰ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৩
|
১৯৬২ (তৃতীয় লোকসভা)
|
জৱাহৰলাল নেহৰু
|
ফুলপুৰ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৪
|
১৯৬২ (তৃতীয় লোকসভা)
|
|
গুলজাৰিলাল নন্দা[2][3]
|
জঃ ৪ জুলাই, ১৮৯৮ মৃঃ ১৫ জানুৱাৰী, ১৯৯৮
|
সবৰকান্থ
|
২৭ মে, ১৯৬৪ৰ পৰা ৯ জুন, ১৯৬৪ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৫
|
১৯৬২ (তৃতীয় লোকসভা)
|
|
লাল বাহাদুৰ শাস্ত্ৰী[4][5]
|
জঃ ২ অক্টোৱৰ, ১৯০৪ মৃঃ ১১ জানুৱাৰী, ১৯৬৬
|
এলাহাবাদ
|
৯ জুন, ১৯৬৪ৰ পৰা ১১ জানুৱাৰী, ১৯৬৬ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৬
|
১৯৬২ (তৃতীয় লোকসভা)
|
|
গুলজাৰিলাল নন্দা
|
|
সবৰকান্থ
|
১১ জানুৱাৰী, ১৯৬৬ৰ পৰা ২৮ জানুৱাৰী, ১৯৬৬ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৭
|
১৯৬২ (তৃতীয় লোকসভা)
|
|
ইন্দিৰা গান্ধী
|
জঃ ১৯ নৱেম্বৰ, ১৯১৭ মৃঃ ৩১ অক্টোৱৰ ১৯৮৪
|
ৰাই বেৰেলী
|
২৮ জানুৱাৰী, ১৯৬৬ৰ পৰা ২৪ মাৰ্চ, ১৯৭৭লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৮
|
১৯৬৭ (চতুৰ্থ লোকসভা)
|
ইন্দিৰা গান্ধী
|
ৰাই বেৰেলী
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৯
|
১৯৭১ (পঞ্চম লোকসভা)
|
ইন্দিৰা গান্ধী
|
ৰাই বেৰেলী
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১০
|
১৯৭৭ (ষষ্ঠ লোকসভা)
|
|
মোৰাৰজী দেশাই
|
জঃ ২৯ ফেব্ৰুৱাৰী, ১৮৯৬ মৃঃ ১০ এপ্ৰিল, ১৯৯৬
|
সুৰাট
|
২৪ মাৰ্চ, ১৯৭৭ৰ পৰা ২৮ জুলাই, ১৯৭৯ লৈ
|
জনতা দল
|
১১
|
১৯৭৭ (ষষ্ঠ লোকসভা)
|
|
চৌধুৰী চৰণ সিং
|
জঃ ২০ ডিচেম্বৰ, ১৯০২ মৃঃ ২৯ মে, ১৯৮৭
|
বাগপত
|
২৮ জুলাই, ১৯৭৯ৰ পৰা ১৪ জানুৱাৰী, ১৯৮০ লৈ
|
জনতা দল (চেকুলাৰ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত
|
১২
|
১৯৮০ (সপ্তম লোকসভা)
|
|
ইন্দিৰা গান্ধী
|
|
ৰাই বেৰেলী
|
১৪ জানুৱাৰী, ১৯৮০ৰ পৰা ৩১ অক্টোবৰ, ১৯৮৪ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
|
১৩
|
১৯৮৪ (অষ্টম লোকসভা)
|
|
ৰাজীৱ গান্ধী
|
জঃ ২০ আগষ্ট, ১৯৪৪ মৃঃ ২১ মে, ১৯৯১
|
আমেথী
|
৩১ অক্টোৱৰ, ১৯৮৪ৰ পৰা ২ ডিচেম্বৰ, ১৯৮৯ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১৪
|
১৯৮৯ (নৱম লোকসভা)
|
|
ভি পি সিং
|
জঃ ২০ জুন, ১৯৩১ মৃঃ ২৭ নৱেম্বৰ ২০০৮
|
ফটেহপুৰ
|
২ ডিচেম্বৰ, ১৯৮৯ৰ পৰা ১০ নৱেম্বৰ, ১৯৯০ লৈ
|
জনতা দল জাতীয় মৰ্চা
|
১৫
|
১৯৮৯ (নৱম লোকসভা)
|
|
চন্দ্ৰ শেখৰ
|
জঃ ১ জুলাই, ১৯২৭ মৃঃ ৮ জুলাই, ২০০৭
|
বালিয়া
|
১০ নৱেম্বৰ, ১৯৯০ৰ পৰা ২১ জুন, ১৯৯১ লৈ
|
সমাজবাদী জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত
|
১৬
|
১৯৯১ (দশম লোকসভা)
|
|
পি ভি নৰসিংহ ৰাও
|
জঃ ২৮ জুলাই, ১৯২১ মৃঃ ২৩ ডিচেম্বৰ ২০০৪
|
নন্দীয়াল
|
২১ জুন, ১৯৯১ৰ পৰা ১৬ মে, ১৯৯৬ লৈ
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১৭
|
১৯৯৬ (একাদশ লোকসভা)
|
|
অটল বিহাৰী বাজপায়ী
|
জঃ ২৫ ডিচেম্বৰ, ১৯২৪
|
লক্ষ্ণৌ
|
১৬ মে, ১৯৯৬ৰ পৰা ১ জুন, ১৯৯৬ লৈ
|
ভাৰতীয় জনতা পাৰ্টি
|
১৮
|
১৯৯৬ (একাদশ লোকসভা)
|
|
এইচ ডি দেৱেগৌড়া
|
জঃ ১৮ মে, ১৯৩৩
|
ৰাজ্যসভাৰ সংসদ (কৰ্ণাটক)[6]
|
১ জুন, ১৯৯৬ৰ পৰা ২১ এপ্ৰিল, ১৯৯৭ লৈ
|
জনতা দল সংযুক্ত মৰ্চা
|
১৯
|
১৯৯৬ (একাদশ লোকসভা)
|
|
ইন্দৰ কুমাৰ গুজৰাল
|
জঃ ৪ ডিচেম্বৰ, ১৯১৯
|
ৰাজ্যসভাৰ সংসদ (বিহাৰ)
|
২১ এপ্ৰিল, ১৯৯৭ৰ পৰা ১৯ মাৰ্চ, ১৯৯৮ লৈ
|
জনতা দল সংযুক্ত মৰ্চা
|
২০
|
১৯৯৮ (দ্বাদশ লোকসভা)
|
|
অটল বিহাৰী বাজপায়ী
|
|
লক্ষ্ণৌ
|
১৯ মাৰ্চ, ১৯৯৮ৰ পৰা ২২ মে, ২০০৪ লৈ
|
ভাৰতীয় জনতা দল
|
২১
|
১৯৯৯ (ত্ৰয়োদশ লোকসভা)
|
অটল বিহাৰী বাজপায়ী
|
লক্ষ্ণৌ
|
ভাৰতীয় জনতা দল নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
|
২২
|
২০০৪ (চতুৰ্দশ লোকসভা)
|
|
মনমোহন সিং
|
জঃ ২৬ চেপ্তম্বৰ, ১৯৩২
|
ৰাজ্যসভাৰ সাংসদ (অসম)
|
২২ মে, ২০০৪ৰ পৰা ১৬ মে, ২০১৪
|
ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা
|
২৩
|
২০০৯ (পঞ্চদশ লোকসভা)
|
মনমোহন সিং
|
ৰাজ্যসভাৰ সাংসদ (অসম)
|
ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা
|
২8
|
২৬ মে, ২০১৪ (ষোড়শ লোকসভা)
|
|
নৰেন্দ্ৰ মোদী
|
জঃ ১৭ ছেপ্টেম্বৰ, ১৯৫০
|
লোকসভাৰ সাংসদ (বাৰাণসী)[7]
|
১৬ মে, ২০১৪ ৰ পৰা বৰ্তমানলৈ
|
ভাৰতীয় জনতা দল নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
|