বাল গঙ্গাধৰ তিলক
বাল গঙ্গাধৰ তিলক (মাৰাঠী: बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি।[3] ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক 'ভাৰতীয় অশান্তিৰ পিতৃ ' বুলি পৰিচিতি প্ৰদান কৰে। ভাৰতীয় লোক সকলে তেওঁক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু তেওঁক 'লোকমান্য' উপাধি প্ৰদান কৰা হয়।[4] তথ্যসূত্ৰ
বাহ্যিক সংযোগ |